জিঅ' গ্ৰাহকসকলে 11 টকাত 1GB ডাটা পাব, কিন্তু কেনেকৈ … সৱিশেষ ইয়াত সকলো জানক


ৰিলায়েন্স জিঅ'য়ে তেওঁলোকৰ চলি থকা ১১ টকাৰ add  on data pack টো সলনি কৰিছে। আগতে, গ্ৰাহকসকল এই 11 টকাৰ এড-অন ডাটা ৰিচাৰ্জটোত 800Mb ডাটা পাইছিল, কিন্তু এতিয়া এই পেকৰ ডাটা সময় সীমা আৰু ডাটা বৃদ্ধি কৰা হৈছে। শেহতীয়া পৰিৱৰ্তনৰ পিছত, আপুনি এতিয়াৰ পৰা ৰিলায়েন্স জিঅ'ৰ ১১ টকাৰ এড-অন ডাটা পেকত ৮০০ এমবিৰ পৰিৱৰ্তে ১ জিবি ডাটা পাব। এইয়া আনবোৰ এড-অন ডাটা পেকৰ দৰে, এই পেকৰো বৈধতা আপোনাৰ চলি থকা pack টোৰ ভেলিডিটিৰ ওপৰত নিৰ্ভৰ কৰিব । 




ৰিলায়েন্স জিঅ'ৰ এড-অন ডাটা পেকৰ বিষয়ে কথা যদি কওঁ, তেন্তে জানল যে ইয়াত ১১ টকাৰ পেকৰ পৰা আৰম্ভ হয়। আগতে এই পেকত, গ্ৰাহকসকলে 800MB ডাটা লাভ কৰিছিল, কিন্তু এতিয়া কোম্পানীটোয়ে 200 এমএমবি বেচিকৈ প্ৰদান কৰিছে । যাৰ সৈতে আপুনি এতিয়া 11 টকাৰ ডাটা এড-অন পেক ল'লে আপুনি 1 GB ডাটা পাব। ৰিলাইঞ্চ জিঅৰ  11  টকাৰ পেকৰ উপৰিও, আন 3 টা এড-অন পেক আছে। যিবোৰ  হৈছে 21 টকা, 51 টকা আৰু 101 টকাৰ । এই ডাটা এড-অন পেক বোৰ আপুনি ভেলিডিটি  অবিহনে ডাটা লাভ কৰে ।




লক্ষণীয় যে 21 টকাৰ ডাটা এড-অনত, গ্ৰাহকসকলে 2 GB ডাটা লাভ কৰে, যাৰ বৈধতা আপোনাৰ চলি থকা পেকটোৰ ওপৰত নিৰ্ভৰ কৰে। এনেদৰে, 51 টকাৰ পেকে 6 GB পায় আৰু 101 টকাৰ পেকেটত 12 GB ডাটা পায় ।



 ইয়াৰ উপৰিও, জীঅৰ আন 3 টা ডাটা এড-অন পেক আছে, যি ভেলিডিটিৰ সৈতে আহে । আৰু এইয়া 151 টকাৰ পৰা আৰম্ভ হয়। লক্ষনীয ১৫১ টকাত আপোনাক 30 দিনৰ বৈধতাৰ সৈতে 30 GB ডাটা প্ৰদান কৰে। আৰু 201 টকাৰ পেকত আপোনাক 30 দিনৰ বৈধতাৰ সৈতে 40 GB ডাটা দিয়া হয় আৰু 251 টকাৰ পেকত  50 GB ডাটা 30 দিনৰ বৈধতাৰ সৈতে উপলব্ধ কৰোৱা হয়  ।
 


Post a Comment

0 Comments