সাৱধান !! নহৰু খোৱাৰ আগতে এই লেখাটো অলপ পঢ়ি লওঁক

নহৰু হৈছে এক প্ৰকাৰৰ পাচলি যাক পাচলি আৰু খাদ্যৰ স্বাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। নহৰুৰ কলি এটা আমাৰ শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে। কিন্তু আপুনি নাজানে যে নহৰু গ্ৰহণ কিছুমান লোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ! হয় নহৰু গ্ৰহণে কিছুমান লোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে । কিন্তু এইয়া কেনেকৈ আহক জানো - 

নিম্ন ৰক্তচাপ: 

নিম্ন ৰক্তচাপ থকা লোকসকলক নহৰু খাব  নালাগে। নহৰু ব্যৱহাৰে আমাৰ শৰীৰৰ শিৰা বোৰ বিয়পায়। যাৰ বাবে আমাৰ ৰক্তচাপ আৰু হ্ৰাস হয়। যি নিম্ন ৰক্তচাপ থকা লোকসকলৰ বাবে অতিকৈ ক্ষতিকাৰক।

এনিমিয়া : এনিমিয়া থকা লোকসকলে একেবাৰে কেঁচা নহৰু খাব নালাগে। কাৰণ নহৰুৱে আমাৰ শৰীৰৰ চৰ্বি আৰু তেজ জ্বলাবলৈ কাম কৰে। গতিকে আমাৰ শৰীৰত তেজৰ অভাৱ হোৱাত সম্ভাৱনা থাকে নহৰু খোৱা সকলৰ এইয়ে এনিমিয়া ৰোগীসকলে ইয়াক সেৱন কৰিব নালাগে।

ৰক্ত ক্ষণ সমস্যা: অধিক নহৰু সেৱন কৰাৰ ফলত শৰীৰত ৰক্ত ক্ষণৰ সমস্যা বৃদ্ধি হ'ব পাৰে। ইয়াৰ ফলত আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি হ'ব পাৰে। গতিকে আপুনি নহৰু গ্ৰহণ হ্ৰাস কৰা উচিত। অন্যতা ৰক্ত ক্ষণ  সমস্যাই দেখা দিয়ে । 







Post a Comment

0 Comments