কেনেকৈ WhatsAppৰ মেচেজ Auto Reply কৰিব পাৰি


কেনেকৈ WhatsAppৰ মেচেজ Auto Reply কৰিব পাৰি



এতিয়াৰ পৰা যিকোনো মানুহৰ   WhatsApp মেচেজ আপুনি ব্যস্ত থকা বাবে ৰিপ্লাই দিব নোৱাৰিলেওঁ WhatsAppএ নিজে নিজে আপুনি বিচৰা মেচজটো ৰিপ্লাই দি দিব । তাৰ বাবে আপুনি কিছুমান কাম কৰিব লাগিব । আৰু আপুনি কি কি কাম কৰিব লাগিব তাক বিতংকৈ এই ভিডিঅটোত সুন্দৰ বাবে বুজাই দিয়া হৈছে । গতিকে আপুনি যদি এই বিষয়ে বিতংকৈ জানিব বিচাৰে তেন্তে এই ভিডিঅটো চাওঁক …


ভিডিঅটো উল্লেখ কৰা এপ্লিকেশ্বনটোৰ লিংকটো হৈছে -https://play.google.com/store/apps/details?id=horizontstack.autoreplyforwhatsapp.whatsreply

Post a Comment

0 Comments