আপোনাৰ মবাইলৰ যিকোনো লেখা পঢ়াৰ সলনি কেনেকৈ শুনিব | how to convert text to speech

আপোনাৰ মবাইলৰ যিকোনো লেখা পঢ়াৰ সলনি কেনেকৈ শুনিব | how to convert text to speech


আজিৰ লেখাটোত আমি আপোনালোকক জনাই দিম Text to speakingৰ বিষয়ে য'ত আপুনি মবাইলৰ যিকোনো ধৰনৰ Text মেচেজ বা যিকোনো Text বা লেখা আপুনি পঢ়াৰ সলনি মবাইলটোক পঢ়িব দি আপুনি এই Textটো শুনিব পাৰিব ।



আপোনাৰ মবাইলৰ যিকোনো লেখা পঢ়াৰ সলনি শুনিবলৈ হলে আপুনি প্ৰথমে T2S  নামৰ এপলিলেশ্বনটো ডাউনলড কৰিব লাগিব । এই এপটো ডাউনলড কৰিবলৈ হলে আপুনি তলত দিয়া লিংকটোলৈ যাব আৰু তাৰ পৰা পোনে পোনে ডাউনল'ড কৰিব ।

এই এপটো ডাউনলড কৰা পাছতেই এপটো খুলিব । এপটো খুলিলে এনেদৰে এটা  writing pad দেখা পোৱা যাব ।
(তলৰ চিত্ৰত দেখুওৱা অনুসৰি)


এতিয়া আপুনি ইয়াত যি শুনিবলৈ বিছাৰিব তাকেই আপুনি ইয়াত লেখিব অথবা আপুনি যিকোনো লেখা  copy কৰি past কৰি দিব । এনেদৰে যিকোনো লেখা copy past  কৰা পাছত ইয়াত দেখা এই প্লে বটমটোত ক্লিক কৰি দিব ।
(তলৰ চিত্ৰত দেখুওৱা অনুসৰি)


চাব যে ক্লিক কৰা লগে লগে এই  writing taxt টো কবলৈ আৰম্ভ কৰিব ।
গতিকে এনেদৰে আপুনি ইংৰাজী, হিন্দী, বাংলা, মাৰাঠি, পাঞ্জাৱী আদি ভাষাৰ যিকোনো টেক্স আপুনি ইয়াত শুনিব পাৰিব ।


ইয়াৰ ওপৰিওঁ আপুনি যিকোনো ৱেবচাইটৰ যিকোনো টেক্স পোনে পোনে গৈ ইয়াত শুনিব পাৰি তাৰ বাবে আপুনি ইয়াত ক্লিক কৰিব
(তলৰ চিত্ৰত দেখুওৱা অনুসৰি)


 আৰু ইয়াত দেখা এই ব্ৰাউজাৰটোত ক্লিক কৰিব ।

(তলৰ চিত্ৰত দেখুওৱা অনুসৰি)

তাৰ পাছত এই চাৰ্চ বাৰটোত আপুনি পঢ়িব বিচৰা ৱেবচাইটটো চাৰ্চ কৰিব ।



 আৰু ৱেবচাইটটো অহা পাছত ইয়াত দেখিব পোৱা পুনৰ প্লে বটমটোত ক্লিক কৰিলেই কবলৈ আৰম্ভ কৰিব ।

গতিকে আপুনি নিশ্চয় বুজি পালে চাগে কিদৰে মবাইলৰ যিকোনো লেখা পঢ়াৰ সলনি শুনিব পাৰি । গতিকে এনেদৰে কৰিব আৰু যদি এই লেখাটো ভিডিঅ ৰুপত চাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰি চাব পাৰে ।


এপটোৰ লিংক - https://play.google.com/store/apps/details?id=hesoft.T2S


Post a Comment

0 Comments