অৰ্দ্ধবদ্ধ পদ্মাসন - যোগাসন

অৰ্দ্ধবদ্ধ পদ্মাসন - যোগাসন



প্রণালী – ভৰি দুখন সন্মুখৰ ফালে মেলি পোন হৈ বহক। তাৰ পাছত বাওঁ আঠু ভাঁজ কবি বাওঁ ভৰি গোৰোহাৰে তলপেটৰ সোঁফালৰ মূলাধাৰ স্পৰ্শ কৰক আৰু বাওঁহাতখন পিঠিৰ ওপৰেৰে নি বাওঁ ভবিৰ আঙুলিত ধৰক।

 উপকাৰিতা – এই আসন কৰিলে কটি বাত, চায়াটিকা বাত নিৰাময় হয় আৰু ক্ষুধা বাঢ়ে।

Post a Comment

0 Comments