পূর্ণচক্রাসন - যোগাসন

পূর্ণচক্রাসন  - যোগাসন



প্রণালী - চক্রাসনৰ নিচিনাকৈ আসনটো কৰিব লাগিব। তথাপি ইয়াৰ প্ৰভেদ হ'ল এই আসনত হাত মূৰৰ ফালে থাকে আৰু ভৰিৰ ফালে প্ৰসাৰিত থাকে। হাত আৰু ভৰিৰ মাজত অনেকখিনি যেন ফাক থাকে। মুখখন দুই হাতৰ মাজত থাকে। পূর্ণ চক্ৰাসনত হাত আৰু ভৰি ভাজ কৰি হাতেৰে ভৰিৰ গোৰোহা দুটা স্পৰ্শ কৰিব লাগিব। যিটো দেখাত প্রায় গোলাকাৰ হ’ব। ১০ চেকেণ্ড এইদৰে থাকি ৫ চেকেণ্ড বিশ্রাম লৈ পুনৰ আসনটো কৰিব। 


উপকাৰিতা – মেৰুদণ্ড প্ৰসাৰিত হোৱাৰ কাৰণে যৌৱন দীর্ঘস্থায়ী হয়। মহিলাসকলৰ স্তনৰ শিথিলতা হ্রাস পায়।

Post a Comment

0 Comments