কুক্কুটাসন - যোগাসন

কুক্কুটাসন  - যোগাসন



প্রণালী - প্রথমে পদ্মাসনত বহক। তাৰ পাছত দুই জানুৰ ভিতৰত দুই হাত সোমায় হাতৰ তলুৱা মাটিত মেলি দি তাৰ ওপৰত শৰীৰৰ ভৰ ৰাখি শ্বাস লৈ লৈ দেহটো যিমানদূৰ সম্ভৱ ওপৰলৈ তোলক। এই ক্ৰিয়াৰ সময়ত দম বন্ধ ৰাখিব লাখিব। তাৰ পাছত সেইদৰে ৫/১০ চেকেণ্ড থাকি লাহে লাহে দম এৰক।

উপকাৰিতা – এই আসন কৰিলে হজমৰ গোলমাল দূৰ হয়, পৰিপাক ক্রিয়া ঠিক হয়, নাকৰ ৰোগ দূৰ হয়, কান্ধৰ সমতা ফিৰি আহে, হাতব জোৰ বাঢ়ে।

Post a Comment

0 Comments