বকাসন - যোগাসন

বকাসন  - যোগাসন


প্রণালী – প্রথমতে পদ্মাসনত বহুক। এইবাৰ দুই হাতৰ তলুৱা সন্মুখৰ ফালে মাটিত ৰাখক। এইবাৰ শ্বাস লৈ লৈ দুহাতৰ তলুৱাৰ ওপৰত শৰীৰৰ ওজন ৰাখি পদ্মাসনত অৱস্থিত শৰীৰ যিমানদূৰ সম্ভৱ ওপৰলৈ তুলি শ্বাস ত্যাগ কৰক। সেই সময়ত মূৰ ওপৰলৈ ৰাখিব লাগিব। এইদৰে ২৫/৩০ চেকেণ্ড থাকি লাহে লাহে হাতৰ ওপৰত ভৰ ৰাখি দেহ তললৈ নমাওক। তাৰ পাছত মাটিৰ পৰা হাত তুলি ভৰি মেলি ১০/১৫ চেকেণ্ড সময় বিশ্রাম লওক। তাৰ পাছত আকৌ এই আসন কৰিব। এইদৰে প্রতিদিন ৪ বাৰ কৰিব।


 উপকাৰিতা – এই আসন কৰিলে হজম শক্তি বাঢ়ে, মেরুদণ্ড নমনীয় হয়। হাত, কান্ধ আৰু পেটৰ মাংসপেশীৰ ক্ষমতা বাঢ়ে।

Post a Comment

0 Comments