মাত্ৰ ৫২,০০০ টকা আনক মাৰুতি চুজুকি অল্ট ৮০০

মাত্ৰ ৫২,০০০ টকা আনক মাৰুতি চুজুকি অল্ট ৮০০


ভাৰতীয় বজাৰত বাজেট মূল্যৰ গাড়ীৰ বিষয়ে যদি ক'বলৈ যাও, তেন্তে কব লাগিব মাৰুতি চুজুকি কোম্পানীৰ অল্ট'ৰ নাম । অল্টো ৮০০ গাড়ীঙন কোম্পানীৰ আটাইতকৈ সুলভ আৰু জনপ্ৰিয় গাড়ীসমূহৰ ভিতৰত এটা। এই গাড়ীখনৰ মুলত জনপ্ৰিয় কাৰন হৈছে ইয়াৰ মাইলেজ। যিসকলে বাজেট মূল্যৰ ভিতৰত গাড়ী কিনিব বিচাৰে তেওঁলোকৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প হৈছে এই মাৰুতি আল্টো ৮০০ চি এন জি গাড়ী খন । আৰু আজিৰ ভিডিটোত, আমি এই গাড়ীখনৰ মূল্য, মাইলেজ, ইএমআই গাড়ীখনৰ ফিচাৰৰ বিষয়ে জনাম গতিকে আপুনি অনুগ্ৰহ কৰি ভিডিঅটো শেষলৈ চাব ।



মাৰুতি অল্টো 800 চি এন জি গাড়ীখন হৈছে 5 আসনৰ হেচ্চবাক এখন গাড়ী। গাড়ীখনত এটা সাতশ ছয়ানব্বৈ চিচি'ৰ ইঞ্জিন আছে যিয়ে চাৰি সাত দশমিক ৩৩ বি এইচ পি শক্তি উৎপাদন কৰিব পাৰে। এই গাড়ীখনত কেইবাটাও উন্নত প্ৰযুক্তি দিয়া আছে। সেইবোৰৰ ভিতৰত আছে ড্ৰাইভাৰ চাইড এয়াৰবেগ, ৰিভাৰ্চ পাৰ্কিং চেন্সৰ, স্পীড এলাৰ্ট চিষ্টেম, ড্ৰাইভাৰৰ চিটবেল্ট ৰিমাইণ্ডাৰ, এ বি এছ ব্ৰেকিং ইত্যাদি । আনহাতে এই গাড়ীখনৰ মাইলেজৰ কথা যদি কওঁ তেন্তে আপোনাক জনাই দিওঁ এই গাড়ীখনত এক কেজি চি এন জি ভৰালে আপুনি ৩১ কিঃ মিঃ চলাব পাৰিব । অৰ্থাৎ এতিয়া যিহেতু এক কেজি কেজি চি এন জি'ৰ দাম যিহেতু ৩৫ ৰ পৰা ৪০ কিঃ মিঃ টকা চলি আছে, আৰু তেনে হিচাপত আপুনি যদি ৫০০ টকাৰ চি এন জি ভৰাই তেন্তে আপুনি এই গাড়ীখনক প্ৰায় মুঠ ৪০০ কিঃ মিটাৰো অধিক চলাব পাৰিব । আৰু আপুনি যদি নাজানে তেন্তে আপোনাক জনাই দিওঁ যে ইয়াত চি এন জি মানে হৈছে এটা গেচ বা ইন্ধন যাৰ সহায়ত আপুনি এখন গাড়ী অথবা এটা মেচিন চলাব পাৰি । 


আনহাতে এতিয়া জানো আহক প্ৰকৃত বস্তুটো । অৰ্থাৎ গাড়ীখনৰ দামৰ বিষয়ে । জনপ্ৰিয় এই অল্টো ৮০০ এছ চিএনজি ভেৰিয়েণ্ট কাৰখনৰ এক্স-শ্ব'ৰুম মূল্য হৈছে 4.89 লাখ টকা। আৰু যদি আপুনু বিচাৰে তেন্তে আপুনি ইয়াক মাত্ৰ 52,000 টকাৰ ডাউনপেমেণ্ট দি এই গাড়ীখন ঘৰলৈ আনিব পাৰিব । আৰু এই গাড়ীখনৰ ই এম আই প্লান যদি চায় তেন্তে আপুনি আচৰিত হয় যাব । কিয়নো অনলাইন ই এম আই কেলকুলেটৰ অনুসৰি, আপুনি যদি 5 বছৰৰ বাবে এই গাড়ীখন লয় তেন্তে আপুনি মাত্ৰ ৮ শতাংশহে সূত পৰিশোধ কৰিব লাগিব। আৰু গণনা অনুসৰি, ইয়াৰ বাবে আপোনাৰ প্ৰতি মাহে মাত্ৰ 9854 টকাহে দিব লাগিব । অৰ্থাৎ আপুনি এই ই এম আই প্লানৰ জড়িয়তে, আপুনি 5 বছৰত মাত্ৰ 1 লাখ 52 হাজাৰ টকাহে বেচি দিব লাগিব । 

Post a Comment

0 Comments