কটি আসন - যোগাসন

কটি আসন - যোগাসন


প্রণালী – 

প্রথমতে চিৎ হৈ শােৱক। তাৰ পাছত লাহে লাহে ভৰি দুখন ওপৰলৈ তােলক। এইবাৰ সোঁহাতেৰে সেভৰিৰ আঙুলি আৰুবাওঁহাতেৰে বাওঁ ভৰিৰ আঙুলি চেপি ধৰক। তাৰ পাছত ভৰি দুখন পােন কৈ ৰাখি কঁকাল আৰু মূৰ মাটিত ৰাখি ২০/২৫ চেকেণ্ড শুই থাকক। ৮/১০ বাৰ এই আসন কৰক।





উপকাৰিতা -

 এই আসন কৰিলে হৃৎপিণ্ডৰ শক্তি বাড়ে, শূল বেদনা দূৰ হয়। কঁকালৰ কোনাে বিষ নাথাকে।

Post a Comment

0 Comments