আকর্ণ ধনুৰাসন - যোগাসন

আকর্ণ ধনুৰাসন - যোগাসন


প্রণালী –প্ৰথমতে ভৰি মেলি বহক। এইবাৰ বাওঁ হাতেৰে সোঁভৰিৰ বুঢ়া আঙুলিত ধৰক। তাৰ পাছত সোঁহাতেৰে বাওঁ ভৰিৰ বুঢ়া আঙুলিত ধৰি বাওঁ ভৰিখন আঠুত ভাজ লগাই বাওঁ হাতৰ তলুৱাৰে বাওঁ ভৰিৰ পতা জোৰে টানি আনি কাণৰ ওচৰত লগাওক। এইদৰে ৩০ চেকেণ্ড থাকি আকৌ ভৰি মেলি বহক। এইবাৰ বিপৰীত ফালৰ ভৰিখনাে এনেদৰে কৰক । এই আসনঅভ্যাস কৰাৰ সময়ত স্বাভাৱিকভাৱে উশাহ ল’ব।এই আসন ৪ বাৰ কৰিব।





উপকাৰিতা — এই আসন অভ্যাস কৰিলে শৰীৰৰ অঙ্গ-প্রতঙ্গ আৰু বিশেষকৈ । হাত-ভৰি আৰু পিঠিৰ পেশী সুগঠিত হয়। যকৃতৰ ক্রিয়া ভাল হােৱা বাবে হজম শক্তি বাঢ়ে। সৰু ল'ৰা-ছােৱালীৰ হাত ভৰিৰ কোনাে দোষ-ত্রুটি থাকিলে এই আসন কৰিলে ত্রুটিমুক্ত হয়। বাত বা চায়াটিকা থাকিলে নিৰাময় হয়।

Post a Comment

0 Comments