ভােলাংগুলাসন -যোগাসন

ভােলাংগুলাসন - যোগসন


প্রণালী – আসনৰ স্থানত বহি প্ৰথমতে পদ্মাসন কৰক। এইবাৰ শৰীৰৰ দুয়োেকাষে দুয়ােহাত ৰাখি শােৱক। তাৰ পাছত দুয়াে হাতৰ আঙুলি কঁকালৰ তললৈ নি পৰস্পৰক লগ লগাওক। এইবাৰ শৰীৰৰ ভাৰ সেই দৃঢ়বদ্ধ দুহাতৰ আঙুলিৰ ওপৰত ৰাখি কঁকালৰ পৰা পদ্মাসন কৰা অৱস্থাত তলৰ অংশ বা ওপৰৰ অংশ ওপৰলৈ তােলক। এই অৱস্থাত ১০ চেকেণ্ড থাকি ১০ চেকেণ্ড শবাসনত বিশ্রাম ল’ব। এইদৰে ৪-৫ বাৰ এই আসনটো কৰিব। 





উপকাৰিতা — এই আসনৰ ফলত পেটৰ স্থূলতা দূৰ হয়, পেটৰ মাংসপেশী সবল হয়। কোষ্ঠ কাঠিন্য দূৰ হয়। পেটৰ ভিতৰত ক্ষত থাকিলে, প্লীহা বাঢ়িলে এই আসনৰ দ্বাৰা ভাল ফল পােৱা যায়। প্রসৱৰ পাছত এই আসন কৰিলে পেটৰ স্বাভাৱিক অৱস্থা ফিৰি আহে। পিছে গৰ্ভাৱস্থা আৰু প্ৰসৱ হােৱাৰ তিনি মাহৰ ভিতৰত এই আসন কৰিব নালাগে।

Post a Comment

1 Comments

  1. 10 Casino Sites that Offer Real Money Online Slots
    Play Real 버 슬롯 Money Casino Games 마이크로 게이밍복불복 룰렛 Top casino sites that offer online slots. You can 탱글다희 영구정지 play on any device, including PC, 토토꽁머니 Android, iOS, Windows, and the web. You can play

    ReplyDelete
Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)