প্ৰণায়াম নং - ৩) জলন্ধৰ বন্ধ

প্ৰণায়াম নং - ৩)  জলন্ধৰ বন্ধ


কণ্ঠ সংকুচিত কৰি থুতৰি দৃঢ়ভাৱে বুকুৰ ওচৰলৈ টানি অনাকে কোৱা হয় জলন্ধৰ বন্ধ। 


কেনেদৰে কৰিব – 


সিদ্ধাসন, পদ্মাসন বা সুখাসনত বহি এই মুদ্রাটো অভ্যাস কৰিব লাগে। এই মুদ্রাত থুতৰিটো কণ্ঠৰ সৈতে দৃঢ়ভাৱে ধৰি ৰাখিব লাগিব। প্রথমতে মূৰ আৰু গ্রীৱা (ডিঙি) সন্মুখৰ ফালে হলাব, তেতিয়া এইটো সম্ভব হ’ব। 








উপকাৰিতা — 

এই বন্ধ অভ্যাস কৰিলে মেৰুদণ্ড আৰু তাৰ মূৰৰ ওপৰৰ স্নায়ুত টান পৰে, যাৰ ফলত মস্তিষ্ক আৰু স্নায়ুৰ ক্রিয়া সঠিকভাবে হয়, সেয়েহে মূৰৰ ৰােগ নহয়। 

Post a Comment

0 Comments