প্ৰণায়াম নং- ৪) অনুলােম-বিলােম

প্ৰণায়াম নং-  ৪) অনুলােম-বিলােম



কেনেদৰে কৰিব – 

প্রথমে সুখাসন বা পদ্মাসনত বহিব। সোঁহাতৰ বুঢ়া আঙুলিৰে সোঁ নাকৰ ছিদ্র বন্ধ কৰি বাও নাকেৰে শ্বাস গ্রহণ কৰিব। তাৰ পাছত অনামিকা আৰু মধ্যমা আঙুলিৰে বাওঁ নাকৰ ছিদ্র বন্ধ কৰি সোঁ নাকৰ পৰা বুঢ়া আঙুলিটো তুলি সম্পূর্ণ শ্বাস এৰি দিব। এসবাৰ সোঁ নাকেৰে বায়ু গ্রহণ কৰি বাওঁ নাকেৰে এৰি দিব। এইদৰে এবাৰ বাওঁ নাকেৰে, আৰু এবাৰ সোঁ নাকেৰে এই ক্রিয়াটো কৰি থাকিব। এই প্রাণায়ামটো প্রথমে তিনিৰ পৰা পাঁচ মিনিট আৰু পিছত অভ্যাস হৈ গ'লে একেৰাহে পাঁচ মিনিট কৰিব লাগিব। ইয়াক পাঁচৰ পৰা ত্রিশ মিনিট পর্যন্ত কৰিব পাৰি।


অনুলম বিলোম



উপকাৰ

অনুলােমবিলােম প্রাণায়াম কৰিলে নাড়ি পৰিশুদ্ধ হয়, সকলাে ধৰণৰ বাতৰ অসুখ, স্নায়ুৰ অসুখ, কিডনিৰ অসুখ, পানীলগা কাহ, টনচিল, হাঁপানি, পুৰণি জ্বৰ, অম্লপিত্ত ৰােগৰ উপশম হয়, হার্ট ব্লকেড পর্যন্ত খুলি যায়।

Post a Comment

0 Comments