জাৰ্মান দেশৰ বিষয়ে আপুনি নজনা ২০ টা আচৰিত তথ্য

 জাৰ্মান দেশৰ বিষয়ে  আপুনি নজনা ২০ টা আচৰিত তথ্য …





১) জাৰ্মানীসকলে ফোনত হেল্লৰ সলনি তেওঁলোকৰ নাম কৈ ফোনৰ বাৰ্তালাপ আৰম্ভ কৰে।


২) জাৰ্মানীত, জন্মদিনত কোনোৱে  happy birthday বুলি আগতীয়াকৈ ফোন নকৰে  ।  কিয়নো এনে কৰাটো তেওলোকৰ দুৰ্ভাগ্যৰ লক্ষণ বুলি তেওলোকে গণ্য কৰে ।


৩) জাৰ্মানীত ৭০% ৰাষ্ট্ৰীয় ঘাইপথ'ত গাড়ী চলাবলৈ কোনো নিৰ্দ্ধাৰিত লিমিড উল্লেখ নাই ।


৪) জাৰ্মানীত, এজন কয়দি যদি কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে, তেওঁক অপৰাধ হিচাপে গণ্য নকৰে, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে মানুহ মুক্ত হোৱাটো মানুহৰ স্বতন্ত্ৰ অধিকাৰ।


৫) জাৰ্মানীত শিশুৰ নামকৰণত বিষেশ নিয়ম আছে। তেওঁলোকে শিশুৰ ক্ষেত্ৰত এনে নাম নিদিয়ে যি নামটোয়ে শিশুটোৰ লিঙ্গ টো চিনাক্ত কৰে । যেনে- মাৰিয়া, মেৰী আদি আদি স্ত্ৰী লিংগ চিনাক্ত কৰে । গতিকে তেওঁলোকে এনে নাম নিদিয়ে ।


৬) জনসংখ্যাৰ ক্ষেত্ৰত ইউৰোপীয় দেশ সমুহৰ ভিতৰত জাৰ্মানী দ্বিতীয় স্থানত পৰে। ইয়াৰ জনসংখ্যা প্ৰায় 8 নিযুত ।  (ভাৰতত অন্ধ্ৰ প্ৰদেশৰ সমতুল্য)।


(আপোনাৰ মবাইল ফোনটোতেই সৰ্বভাৰতীয় আৰু অসমত হব লগা যিকোনো চৰকাৰী চাকৰিৰ  পৰীক্ষাৰ বাবে প্ৰস্তুত হবলৈ আপুনি ডাউনল'ড কৰক "Aasam E-learn" এপ্যলিকেশ্বন । এই এপটোত আপুনি পাব  যিকোনো চাকৰিৰ পৰীক্ষাত আহিব পৰা ১০ হাজাৰতকৈ অধিক লাগতিয়া প্ৰশ্ন উত্তৰ । গতিকে এপ্যলিকেশ্বনটো ডাউনল'ড যদি কৰিব বিচাৰে তেন্তে তলত দিয়া লিংকটোত ক্লিক কৰি ডাউনলড কৰক । কাৰন এই এপটো সম্পুৰ্ণ বিনামূলীয়া ।

লিংক -https://play.google.com/store/apps/details?id=com.assam.elearning )


৭) ১৬৬৩ চনত জাৰ্মানীত বিশ্বৰ প্ৰথম আলোচনী মুকলি কৰা হয়। আৰু আজিৰ দিনত বৰ্তমান জাৰ্মানী বিশ্বৰ সৰ্বাধিক সংখ্যক কিতাপ প্ৰিণ্ট কৰা দেশ হয় ।


৮) জাৰ্মানী আৰু জাপানত জন্মৰ হাৰ বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বনিম্ন হয় । ১০ বছৰত জাৰ্মানীৰ জনসংখ্যা প্ৰায় ২০ লাখ হ্ৰাস পাইছে ।


৯)জাৰ্মানত হিটলাৰৰ শাসন কালত নাজিক চালাম কৰাটো বাধ্যতামুলক আছিল, কিন্তু আজি-কালি নাজিক চালাম জনোৱাটো এক অপৰাধ বুলি ধৰে আৰু ইয়াৰ বাবে ৩ বছৰৰ বাবে জেলত থাকিব দিয়ে।


১০) জাৰ্মানীয়ে তেওঁলোকৰ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যি বাজেটত ব্যয় কৰে তাৰ সমান আমেৰিকাই তেওঁলোকৰ পোহনীয়া জন্তুৰ ওপৰত বেচি ব্যয় কৰে।


১১) বিয়েৰ (পনীয় নিচাযুক্ত খাদ্য) ব্যৱহাৰৰ ক্ষেত্ৰত জাৰ্মানী বিশ্বৰ ভিতৰত দ্বিতীয় আৰু ইয়াত ৩০০ প্ৰকাৰৰ বিয়েৰৰ ব্ৰেণ্ড পোৱা যায় ।


১২) প্ৰথম বিশ্বযুদ্ধত জাৰ্মানী ইমানেই বিধস্ত হৈছিল যে, জাৰ্মানী ৯৬,০০০ টন সোণৰ ঋন বা ধাৰত পোত গৈছিল ।


১৩) প্ৰথম বিশ্বযুদ্ধৰ পিছত জাৰ্মানীত পুৰুষৰ সংখ্যা ইমানেই কম আছিল যে 3 জনী মহিলাৰ ভিতৰত মাত্ৰ ১ জন মহিলাই স্বামী লাভ কৰিবলৈ সক্ষম হৈছিল। মানে 350 জন পুৰুষৰ ওপৰত 1000 মহিলা ।


১৪) ২য় বিশ্বযুদ্ধত ৰাছিয়াৰ ৰেড সেনাই ১৩ৰ পৰা ৭০ বছৰ বয়সৰ প্ৰায় ২০ লাখ জাৰ্মান মহিলাক ধৰ্ষণ কৰিছিল ।


১৫) ২য় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীত  funta আৱিস্কাৰ কৰা হৈছিল কাৰণ এই সময়ত জাৰ্মানীয়ে আন দেশৰ পৰা coka-cola আমদানি কৰিবলৈ কঠিন হৈ পৰিছিল।


১৬) জাৰ্মানীত ১৯৮৯ চনৰ পৰা ২০০৯ চনৰ ভিতৰত, শিশুৰ অভাৱৰ বাবে জাৰ্মানী ভাষাৰ প্ৰায় ২,০০০ বিদ্যালয় বন্ধ কৰিব লগা হয় ।


১৭) জাৰ্মানীত ইউটিউবৰ শীৰ্ষ ১,০০০ ভিডিঅ'ৰ প্ৰায় ৬০০ টা ভিডিঅ' বেণ্ড  কৰা আছে।


১৮) এক বা দুই নহয়, আচেন, ৰেজেনচবাৰ্গ, ফ্ৰেঙ্কফুৰ্ট-এম-মেইন, নৰেমবাৰ্গ, ৱেমাৰ, বন আৰু বাৰ্লিন আদি  সকলোবোৰ পুৰ্বতে জাৰ্মানীৰ ৰাজধানী হৈছিল ।


১৯) জাৰ্মানীত এনে এটা প্ৰকল্পৰ কাম চলি আছে য'ত খ্ৰীষ্টান, চাৰ্জা, মছজিদ আৰু মন্দিৰ সকলো একেলগে থাকিব।


২০)  কাৰ নিৰ্মাতা BMW, অডি, মাৰ্চিডিজ হৈছে সকলো জাৰ্মান কোম্পানী। আৰু আজি, বিশ্বৰ প্ৰায় সকলো দেশে তেওঁলোকৰ গাড়ী ব্যৱহাৰ কৰে।

Post a Comment

0 Comments