চৌদি আৰৱৰ বিষয়ে আপুনি নজনা ২১ টা আচৰিত তথ্য

চৌদি আৰৱৰ বিষয়ে আপুনি নজনা ২১ টা আচৰিত তথ্য - 

চৌদি আৰৱ


১) চৌদি আৰৱত কাম কৰা 80%  শ্ৰমিক বিদেশী। বেছিভাগ শ্ৰমিকে তেল আৰু গেছ কোম্পানীত কাম কৰে।


২) দেশৰ সামৰিক খণ্ডত ব্যয় কৰাৰ ক্ষেত্ৰত চৌদি আৰৱ বিশ্বব্যাপী চতুৰ্থ স্থানত আছে।


3) চৌদি আৰৱৰ ৯৫% মৰুভূমি, ইয়াত পানী অতি কমকৈ পোৱা যায় । এই দেশখনত কোনো সাগৰ বা নদ নদী নাই ।


৪) ইছলামৰ দুখন চহৰক মক্কা আৰু মদিনাক ইয়াত আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হয়। দুয়ো চৌদি আৰৱত অৱস্থিত ।  ইয়া'ত প্ৰতি বছৰে লাখ লাখ মুছলমান হজ যাত্ৰাত আহে । অ-মুছলমানসকলক ইয়ালৈ যাবলৈ দিয়া নহয়।


(আপোনাৰ মবাইল ফোনটোতেই অসম পুলিচ SI  আৰু অসম পুলিচ কনিষ্টবল চাকৰিৰ  পৰীক্ষাৰ বাবে প্ৰস্তুত হবলৈ আপুনি ডাউনল'ড কৰক "Aasam E-learn" এপ্যলিকেশ্বন । এই এপটোত আপুনি পাব  যিকোনো চাকৰিৰ পৰীক্ষাত আহিব পৰা ১০ হাজাৰতকৈ অধিক লাগতিয়া প্ৰশ্ন উত্তৰ । গতিকে এপ্যলিকেশ্বনটো ডাউনল'ড যদি কৰিব বিচাৰে তেন্তে তলত দিয়া লিংকটোত ক্লিক কৰি ডাউনলড কৰক । কাৰন এই এপটো সম্পুৰ্ণ বিনামূলীয়া ।

লিংক -https://play.google.com/store/apps/details?id=com.assam.elearning )


৫) চৌদি আৰৱৰ কোনো সংবিধান নাই। ইয়াত তেওলোকে পবিত্ৰ শাস্ত্ৰ  কোৰান আৰু পয়গবৰ্ড'ক তেওঁলোকৰ সংবিধান বুলি গন্য কৰে । 


 ৬) চৌদি আৰৱ হৈছে মহিলাসকলক ভোট দিবলৈ স্বাধীনতা প্ৰদান কৰা বিশ্বৰ অন্তিম-খন দেশ।


৭) মৃত্যু দণ্ড দিয়াত বিশ্বৰ দেশসমূহৰ ভিতৰত চৌদি আৰৱ  4 নম্বৰত আছে । ইয়াত তৰোৱালেৰে ডিঙি কাটি মৃত্যু দণ্ড বিহা ব্যৱস্থা আছে । 


৮) এইখন দেশত পানীতকৈ সস্তীয়া তেল ।  ইয়াত পানী কম, কিন্তু তেল বেচিকৈ পোৱা যায় ।


৯) চৌদি আৰৱত থকা সচৰাচৰ লোকসকলে চিগাৰেটত প্ৰতিদিনে প্ৰায় ৪ ডলাৰ খৰচ কৰে।


১০) চৌদি আৰৱত  উট'ৰ বজাৰ আছে । এইখন দেশে বিশ্বৰ সৰ্ববৃহৎ উট বিক্ৰী কৰও । ইয়াত প্ৰতিদিনে প্ৰায় ১০০ টা উটি বিক্ৰী হয়।


১১)  ২০১২ চনলৈ, চৌদি আৰৱত, পুৰুষসকলে মহিলাৰ সামগ্ৰীৰ বিক্ৰী কৰা দোকানত কাম কৰিছিল। কিন্তু এতিয়া তেনেকুৱা নকৰে ।


১২) চৌদি আৰৱত, মহিলাসকলৰ ধৰ্ষণৰ ধৰ্ষণকাৰীক শাস্তি তেতিয়াহে দিয়ে যেতিয়া 4 জন প্ৰত্যক্ষদৰ্শী  উক্ত ঘটনাটো দেখা বা জনা বুলি সাক্ষী দিয়ে ।


১৩) চৌদি আৰৱত, মহিলাসকলে অচিনাকী পুৰুষৰ সৈতে দেখা কৰিব নোৱাৰি আৰু ৰাজহুৱা স্থানলৈ যাওঁতে পৰিয়ালৰ লোক এজনৰ সৈতে থাকিব লাগে। এই আইনবোৰ কঠোৰভাৱে তাত বলবৎ কৰা হয়।


১৪) চৌদি আৰৱ হৈছে বিশ্বৰ একমাত্ৰ দেশ য'ত মহিলাৰ পোছাক নিষিদ্ধ কৰা হৈছে, য'ত ঘৰৰ পৰা ওলাই আহিলে মহিলাসকলৰ কেৱল হাত আৰু চকুৱে দেখা থাকিব লাগে।


১৫) চৌদি আৰৱত পৰ্নগ্ৰাফী ভিডিঅ চোৱা নিষিদ্ধ কৰা হৈছে । যদি আপুনি এনে কৰাত ধৰা পৰে, আপুনি বুজিব লাগিব যদি আপুনি জেলত গল ।


 ১৬) আপুনি চৌদি আৰৱত ভেলেণ্টাইন দিৱস উদযাপন কৰিব নোৱাৰি। ভেলেণ্টাইন সপ্তাহটোত তাৰ দোকানী সকলে , হৃদয় আকাৰৰ প্ৰেমক সুচুৱা  সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে ।


১৭) চৌদি আৰৱত অনা-মুছলমান লোকসকলে নাগৰিকত্ব লাভ নকৰে। ইয়াত কোনো অ-মুছলমান লোকে নিজৰ পূজা পাতল কৰিব নোৱাৰে ।


১৮)  চৌদি আৰৱত, স্মাগলিং  কৰিব নোৱাৰে ।  তেনে কৰিলে মৃত্যু বা কাৰাগাৰ প্ৰদান কৰা হয়।


ইজিপ্ট দেশৰ বিষয়ে আপুনি নজনা আচৰিত তথ্য


১৯) চৌদি আৰৱৰ কাৰোবাৰ ঘৰ জ্বলোৱা বা সম্পত্তিত জুই লগোৱা আদিৰ একমাত্ৰ শাস্তি হৈছে মৃত্যুদণ্ড ।


২০) চৌদি আৰৱত যাদু মন্ত্ৰৰ ওপৰত সম্পূৰ্ণ নিষিদ্ধ আছে । ইয়াত এটা বিশেষ আৰক্ষী ইউনিট আছে যি কেৱল যাদু মন্ত্ৰৰ যাজকসকলক ধৰিবলৈ কাম কৰে।


২১) চৌদি আৰৱ সম্ভৱত বিশ্বৰ এনৈ এখন দেশ য'ত মহিলাসকলে বেঙ্ক একাউণ্ট এটা খুলিবলৈ তেওঁলোকৰ স্বামীৰ পৰা অনুমতি ল'ব লগা । যদি তাই স্বামীয়ে অনুমতি নিদিয়ে, তেন্তে তাৰ বেংকে মহিলাগৰাকীক বেংক একাউন্ট কেতিয়াওঁ খুলি নিদিয়ে ।



জাৰ্মান দেশৰ বিষয়ে আপুনি নজনা ২০ টা আচৰিত তথ্য

Post a Comment

0 Comments