আজি ১4 জুলাই মংগলবাৰ । আজিৰ ৰাশিফল । daily assamese horoscope


মেঘ ৰাশি - ( ১৪ জুলাই, মংগল বাৰ )
 বন্ধুৰ সহায় পাব লগতে আপোনাক আনন্দত ৰাখিব ৷ বিনিয়োগ কৰিলে ভাল ফল পাব ৷ পৰিয়ালৰ সদস্যৰ সৈতে বিস্তাৰ মনোভাৱে আপোনাক অযথা তর্কত লিপ্ত কৰাব পাৰে ৷ কাৰোবাক প্রেম নিবেদন কৰাৰ ইচ্ছা জাগিব পাৰে ৷ দক্ষতাৰ প্ৰয়োগৰ সঠিক সুযোগ পাব পাৰে৷  শত্ৰুৰ অনিষ্ট সাধনৰ চেষ্টা অব্যাহত থাকিলেও ফলৱতী নহয়। কর্মত গুৰুত্ব প্রদান কৰা বিধেয়। 



বৃষ ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
সন্তানৰ কৃতৃত্বই আনন্দ দিব পাৰে ৷ আর্থিক সুবিধা লাভ কৰিব ৷ হতাশা মুক্ত হব ৷ প্রিয় জনে প্রতিশ্ৰুতি দিব পাৰে ৷ পূৰ্বৰ অসমাপ্ত কাম আজি সমাপ্ত হব পাৰে ৷ আজি আপুনি ধৰ্মীয় কৰ্মত যোগ দিযক | ভাল হব ৷  উদ্বেগ বৃদ্ধি পাব। কাম-কাজৰ মানসিক দুর্বলতাৰ পৰিচয় ফুটি উঠিব পাৰে। 



মিথুন ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
 অর্থ উপাৰ্জন কৰাৰ সুযোগ পাব ৷ প্রেমে আজি আপোনাক আনন্দ দিব ৷ ঘৰুৱা সমস্যা সমাধানৰ জটিলতাৰ উদ্ভৱ হ'ব পাৰে।   দিনটো আশা উদ্দীপক। কাম-কাজত সুস্থিৰ চিন্তাৰে মনােনিৱেশ কৰিব পাৰিব। 




কৰ্কট ৰাশি -   ( ১৪ জুলাই, মংগল বাৰ )
স্বাস্থ্য ভাল থাকিব ৷ কিন্তু সতৰ্কতাৰ প্ৰয়োজন আছে ৷ শিল্প কলাৰ লগত জড়িত লোক সকল আর্থিক লাভন্বিত হব পাৰে ৷ আপোনাৰ কর্ম দক্ষতা দেখি আপোনাৰ প্ৰেয়সি আপুনাৰ প্রতি শ্রদ্ধা বাঢ়িব ৷  ব্যৱসায়ত আর্থিক উন্নতি লাভৰ আশা বাঢ়িব পাৰে। অনর্থক কর্মত জড়িত হৈ আপদ চপাই লােৱাৰ সম্ভাৱনা নুই কৰিব নােৱাৰি। 



সিংহ ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
স্বাস্থ্যৰ প্রতি যত্ন লব ৷ ব্যৱসায়ত লাভ হব পাৰে ৷ সামাজিক অনুষ্ঠানত থকাৰ সুযোগ  লাভ  কৰিব ৷ ঘৰত অতিথিৰ আগমন হব পাৰে ৷ স্ত্ৰীক লৈ সমস্যা হব পাৰে ৷  ভ্ৰমণত সুখ। চিন্তা বৃদ্ধি।  আনৰ সৈতে সুসম্পর্ক ৰক্ষাত ব্যাঘাত জন্মিব পাৰে। সাহসৰ অভাৱত কর্মক্ষেত্ৰত অসফল হ’ব পাৰে। ব্যয় বৃদ্ধি।




কণ্যা ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ ) 
নিজৰ কৰ্মত অগ্রগতি লাভৰ আশা কৰিব পাৰে। কাম-কাজত তৎপৰতা বৃদ্ধি পাব। আর্থিক ক্ষেত্ৰ বেয়া নহয়। স্বাস্থ্যত চিন্তা নাই। দিনটো আপােনাৰ পক্ষে মধ্যম ফলযুক্ত। কাম-কাজত সমস্যা অতিক্ৰম কৰিব পাৰিব। আর্থিক ক্ষেত্ৰত চলমান অৱস্থা থাকিব।  আনৰ ওপৰত নিৰ্ভৰশীল কর্মত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত মানসিক উদ্বেগ বাঢ়িব পাৰে। স্বাস্থ্যত শুভ।



তুলা ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ
ৰসিক আত্মীয় স্বজনে আপোনাৰ দূচিন্তা আতৰাত পাৰে ৷ সন্তানৰ শুভ | স্বাস্থ্য ভালে থাকিব ৷  সতর্কতা মানি চলা বিধেয়। মানসিক অশান্তি। সংৰক্ষণত গুৰুত্ব আৰােপ কৰা বিধেয়। কামকাজত গতানুগতিক ধাৰা ব্যাহত নহয়।  পাৰিবাৰিক সমস্যা থাকিব। 



বৃশ্চিক ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
ঋণ মুক্ত হব পাৰে ৷ দিনটো আনন্দত পাৰ হব ৷ আনক ঘৃণা নকৰিব আজি | সামাজিক আৰু ধর্মীয অনুষ্ঠানত ভাগ ললে খুব ভাল ভাৱে যাব ৷  কাম-কাজত আশানুৰূপ ফল পােৱা টান হ’ব। ব্যৱসায়ৰ চিন্তা বাঢ়িব। ভ্রমণ কষ্ট।


ধনুৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
উত্তেজনাৰ পৰা বিৰত থাকক ৷ বিনিয়োগ কৰিলে বৃদ্ধি পাব। আপোনাৰ প্রণয়িৰ পৰা ভাল খবৰ পাব পাৰে ৷   দিনটো আশাব্যঞ্জক। কর্মক্ষেত্ৰত অগ্রগতি লাভ। ব্যৱসায়ত সফলতা অর্জন। দুশ্চিন্তা কমিব পাৰে। ভ্ৰমণত সুখ প্রাপ্তি। ব্যয় হ্রাস। প্রতিকূল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিব লগাত পৰিব পাৰে। 



মকৰ ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
নিজকে জোৰ কৰি ক্ষতি নকৰিব ৷ দূৰ্ভাগ্যৰ অভিজ্ঞতা হব পাৰে ৷ কৰ্মক্ষেত্ৰত কঠিন পৰিস্থিতিৰ সম্মুখিন হব পাৰে ৷ মানসিক কষ্টৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যত চিন্তা নাই। নানা ধৰণৰ সমস্যাই দিনটোত ব্যতিব্যস্ত কৰি তুলিব পাৰে। সাহসেৰে কৰ্মত প্রবৃত্ত হ'লে সফল প্রাপ্তিৰ আশা।



কুম্ভৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
ধ্যান আৰু আত্ম উপলব্ধি লাভজনক প্ৰমাণিত  হব ৷ আর্থিক স্বচ্ছল হব ৷ কঠিন সিদ্ধান্ত নভৱা নিচিন্তাকৈ নলব ৷ স্ত্ৰীৰ লগত দিনটো ভালদৰে যাব ৷ আর্থিক ক্ষেত্ৰত সমস্যাত ভুগিব পাৰে। কাম-কাজত জটিলতা এৰাই চলা আপােনাৰ পক্ষে সহজ নহয়। মানসিক অশান্তি বৃদ্ধি।



মীন ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
 আত্ম বিশ্বাসৰ অভাৱ হব পাৰে ৷ আর্থিক লেনদেনৰ বাবে ভাল দিন ৷   নিজৰ কাম-কাজত আত্মসন্তুষ্টি লাভ টান হ'ব পাৰে। মানসিক দুশ্চিন্তা বাঢ়িব পাৰে।  আর্থিকক্ষেত্র মধ্যম ফলযুক্ত। চিন্তা বৃদ্ধি।  কাম-কাজত সুৰুচিৰ পৰিচয় ফুটি উঠিব। আনৰ সহযােগিতালাভে কর্মক্ষেত্ৰত উপকৃত কৰাৰ সম্ভাৱনা নথকা নহয় ।




Post a Comment

0 Comments