এণ্ড্ৰইড ফোনবোৰ এতিয়াৰ পৰা থাকিব Recycle been Folder । কিন্তু ক'ত কেনেকৈ ?


আমি smartphone ব্যৱহাৰকাৰী সকলৰ সাধাৰনতে দেখা যায় যে যেতিয়া আমাৰ smartphone ৰ পৰা ফটো বা ভিডিঅ অজ্ঞাতে  delete হয় যায় তেতিয়া এই ফটো বা ভিডিঅটো ঘুৰাই আনিব নোৱাৰি বৰ অসুবিধাত পৰো । তেনে অৱস্থাত পৰিলে আমি বৰ অসহায় হয় পৰো গতিকে এই সমস্যাৰে সমাধান সুত্ৰ উলিয়াই Google এ smartphoneফোন ব্যৱহাৰ কৰা সকললৈ বৰ্তমান এক প্ৰকাৰৰ সকাহ লৈ আনিছে । Google এ তেওঁলোকৰ নতুনকৈ মুকলি কৰিব লগা Android 11 ত এটা নতুন সুবিধাৰ সৈতে lounch কৰিব যত re - cycle been থাকিব কম্পিউটাৰ বা লেপটপৰ দৰে । অৰ্থাৎ এতিয়াৰ পৰা Android 11 smartphone বোৰতre - cycle been option থাকিব য'ত এতিয়াৰ পৰা আপোনাৰ মবাইলটোৰ পৰা ভুলে ক্ৰমে আপুনি  delete কৰিব নিবিচৰা ফটো বা ভিডিঅটো  delete হৈ গলেওঁ আপুনি এইটো ওভটাই আনিব পাৰিব ।

আপোনাক জনাই দিওঁ যে গুগুলৰ এই Android 11 যুক্ত smartphone বোৰত যিকোনো ফটো ভিডিঅ  delete হলে Automatically re - cycle been লৈ গুচি  যাব আৰু এই ফটো ভিডিঅ ফাইলটো তাত বিচাৰি পাব । কিন্তু ইয়াৰ লক্ষনীয় কথা এইটোৱেই হব যে ই কেৱল মাত্ৰ ৩০ দিনৰ কাৰনেহে তাত store হয় থাকিব । গতিকে আপুনি বিচৰা ফটো ভিডিঅ ফাইলটো ৩০ দিনৰ ভিতৰত তাৰ পৰা  restore কৰিব লাগিব বা তাক ঘুৰাই আনিব লাগিব । আৰু তাৰ পৰিৱৰ্তে  এই ফটো ভিডিঅটো re - cycle been ত  ৩০ দিন পাৰ হয় গলে এই ফটো বা ভিডিঅ ফাইলটো  automatically চিৰ দিনৰ কাৰনে  delete হয় গুচি যাব ।

গতিকে Googleৰ ফালৰ পৰা নতুনকৈ অহা latest news টো এইটোৱেই ।

Post a Comment

0 Comments