পলকতে আজি দিনটোৰ অতিকৈ চৰ্চিত টেক নিউজ

পলকতে আজি দিনটোৰ অতিকৈ চৰ্চিত টেক নিউজ


১) ভাৰতত মুকলি  হল Acer swift 3 Note book । যাৰ দাম হৈছে 59,000 টকা । ইয়াৰ feature সমুহ হৈছে - 14 ইঞ্চি display, screen resolution - 1920*1080, RAM - 16 জিবি, ROM - 1TB SSD


২) আজি Samsung galaxy M11 আৰু Samsung galaxy M01 ভাৰতত মুকলি যি ভাৰতৰ মুখ্য শ্বপিং ৱেবচাইটত উপলব্ধ হব  । এই স্মাৰ্টফোন দুটাৰ Samsung Galaxy M11 ৰ দাম হব 10,999 টকা আৰু  Samsung Galaxy M01 দাম হব  8,999 টকা  


৩) আজি দুপৰিয়াৰ পৰা বিক্ৰী আৰম্ভ হল Redmi Note 9 Pro । যি  Amazon.in আৰু Mi.com ৱেবচাইতত উপলব্ধ হৈছে ।


৪) BHIM App ব্যৱহাৰ কৰা সকলৰ ডাটা লিক হোৱাৰ খবৰ এটা ৱেবচাইটে প্ৰকাশ কৰিছে অলপতে । ৱেবচাইতটোৰ মতে BHIM App ব্যৱহাৰ কৰা লোক সকলৰ  মুঠ 72.6 লাখ লোকৰ ডাটা লিক হৈছে কিন্তু বৰ্তমান পৰ্যন্ত এই দাবী সঠিক বুলি ক'ব পৰা নাই কিন্তু যদি এই দাবী সত্য প্ৰমানিত হয় তেন্তে BHIM App ব্যৱহাৰ কৰা লোক সকল অতিকৈ সাৱধান হোৱাটো বাধ্য হব ।



৫) টুইটাৰ ব্যৱহাৰ কৰা সকলৰ বাবে এটা ভাল খবৰ যে এতিয়াৰ পৰা টুইটাৰ ব্যৱহাৰ কৰা সকলে টুইট কৰা পষ্ট বোৰ চেড্যুল কৰি টুইত কৰিব পাৰিব 


৬) Fujifilm X-T 4  মিৰৰলেচ ডিজিটেল কেমৰা ভাৰতত মুকলি হল । যাৰ দাম আৰম্ভ হৈছে ১৫৪,৯৯৯ টকা


৭) নকিয়াই বজাৰত মুকলি কৰিব দুটা কম দামৰ ফোন যাৰ নাম ৰাখিছে Nokia 125 আৰু Nokia 150


৮) Samsung ৰ নতুন Galaxy Book S লেপটপ মুকলি হল । 256 জিবি ৱেৰিৱেন্টৰ এই লেপটপটোৰ ইউৰোপত দাম হৈছে  95,000 টকা



ধন্যবাদ, টেকনিকেল জগতৰ সকলোবোৰ এ টু জেট খবৰৰ আপডেট দিয়া একমাত্ৰ অসমীয়া ৱেবচাইট   www.somogro.inত এনেদৰে টেকনিকেল আপডেট পাই থাকিবলৈ আপুনি আমাৰ ৱেবচাইটটো  সদায় ভিজিট কৰি থাকিব। ধন্যবাদ । নমষ্কাৰ । 

Post a Comment

0 Comments