স্বৈৰাচাৰী শাসক কিং জন'ৰ দেশ উত্তৰ কোৰিয়াৰ এই ১৪ টা নিয়ম আপুনি গম পালে চকু কপালত উঠিব !! কি কি নিয়ম জানিবলৈ ইয়াত পঢ়ক

স্বৈৰাচাৰী শাসক কিং জন'ৰ দেশ উত্তৰ কোৰিয়াৰ ১৪ টা অদ্ভূদ নিয়ম 

আজিৰ এই লেখাতোত আমি আপোনালোকক জনাম উত্তৰ কোৰিয়া দেশত কিং জনে প্ৰস্তুত কৰি ৰখা কিছুমান অদ্ভুদ নিয়মৰ বিষয়ে । গতিকে আহক আমি এই নিয়ম বোৰ জানো - 


১) উত্তৰ কোৰিয়াত ইন্টাৰনেট ব্যৱহাৰ আৰু টিভি চেনেলৰ প্ৰদৰ্শন সম্পুৰ্ণ চৰকাৰৰ নিৰ্দেশ অৰ্থাৎ কিং জন উন ইচ্ছা মতেহে হয় । এইখন দেশত মাত্ৰ ৩ টাহে চৰকাৰে নিয়ন্ত্ৰনত ৰখা টিভি চেনেল আছে । আৰু ইন্টাৰনেট ব্যৱহাৰো চৰকাৰৰ ইচ্ছা মতে কিছুমান ৱেবচাইটহে খোলা ৰখা হৈছে । এইখন দেশত ফেচবুক ইউটিউব সম্পুৰ্ণ ৰুপে বন্ধ আছে ।

২) উত্তৰ কোৰিয়াত পুৰুষে হওঁক মহিলাই হওঁক জিন্স পিন্ধা নিষিদ্ধ কৰা আছে । জিন্স পিন্ধিলেই এই দেশত কঠোৰ শাস্তি প্ৰদান কৰে ।

৩) আপুনি জানি আচৰিত হব যে উত্তৰ কোৰিয়াত কোনোবা লোকক দোষী ৰূপে প্ৰমানিত হলে এই লোক জনৰ লগতে লোক জনৰ পুত্ৰ লগতে অনাগত তেওঁৰ হব লগা নাতিয়েককো জেলত ভৰাই শাস্তি বিহে । অৰ্থাৎ এজন লোকক দোষী হিচাপে প্ৰমানিত হলে এই লোকজনৰ তিনি পুৰুষলৈ এই দেশত শাস্তি বিহে ।

৪) উত্তৰ কোৰিয়াত যদি কিনোবা লোকক বাইবেল পঢ়া দেখা পাই চৰকাৰে তেন্তে এই লোকক জনক লগে লগে মৃত্য দণ্ডৰ শাস্তি বিহা হয় ।

৫) উত্তৰ কোৰিয়াত প্ৰত্যেক ৫ বছৰৰ মুৰে মুৰে নিৰ্বাচন হয় কিন্তু এই নিৰ্বাচনৰ প্ৰতিদন্দি এজনেই । আৰু এই জনৰ নাম হৈছে কিং জন উন ।

৬) উত্তৰ কোৰিয়া বিশ্বৰ এনে এখন দেশ যি আমেৰিকাক যুদ্ধৰ বাবে খোলা আমন্ত্ৰন দি ৰাখিছে ।

৭) উত্তৰ কোৰিয়াত এনে এটা আইন আছে যত কোনো লোকে ভিক্ষাৰীৰ ফটো তুলিব নোৱাৰে । অন্যথা শাস্তি অনিবাৰ্য ।

৮) জানি আচৰিত হব যে উত্তৰ কোৰিয়াত কোনো লোকে নিজ ইচ্ছামতে যিকোনো ষ্টাইলত চুলি কাটিব নোৱাৰে । চৰকাৰে জাৰি কৰা মাত্ৰ ২৮ টা ষ্টাইলতহে চুলি কাটিব পাৰে । 

৯) উত্তৰ কোৰিয়াত বিদ্যালয়ৰ কিতাপ পত্ৰ সমুহ বাহিৰা জ্ঞানৰ কথা নাই মাত্ৰ কিং জন উন'ৰ প্ৰসংশা আৰু তেওঁৰ পিতৃ লগতে ককাকৰ কথাহে আছে যিবোৰ এই দেশৰ ছাত্ৰ-ছাত্ৰীক পঢ়িব দিয়া হয় তাৰ বাহিৰে অইন বাহিৰা জ্ঞান আয়ত্ব কৰিব নিদিয়ে ।

১০) উত্তৰ কোৰিয়াত যিকোনো দেশৰ লোকক প্ৰবেশ কৰিব নিদিয়ে । নিদিৰ্ষ্ট কিছুমান লোককহে এই দেশত প্ৰবেশ কৰিব দিয়া হয় । আৰু এই প্ৰৱেশ পত্ৰ পোৱা লোক সকলে উত্তৰ কোৰিয়াত ফুৰিব গলে সিহঁতৰ মবাইল ফোন আৰু কেমেৰা এয়াৰ পৰ্টত কব্জা কৰি ৰাখি থয় ।

১১) উত্তৰ কোৰিয়াৰ পৰ্যটক বোৰ সম্পুৰ্ণ গাইডজনৰ নিৰ্দেশ মতেহে চলন ফুৰন কৰিব পাৰে ।

১২) উত্তৰ কোৰিয়াৰ ৰাজধানী Pyongyang চহৰখনত যিকোনো লোক থাকিব দিয়া নহয় । কেৱল চৰকাৰী লোক আৰু প্ৰশাসনীয় লোক লগতে সফল ব্যক্তিকহে থাকিব দিয়া হয় ।

১৩) উত্তৰ কোৰিয়াৰ লোকক বাহিৰৰ দেশলৈ ফুৰিবলৈ যাবলৈ কোনো কাৰনত ভিজা প্ৰদান নকৰে ।

১৪) উত্তৰ কোৰিয়াত কোনো লোকে ব্যক্তিগত বাহন কিনিব নোৱাৰে । কেৱল চৰকাৰী লোকহে বাহন ক্ৰয় কৰিব পাৰে ।

গতিকে এইবোৰেই হৈছে উত্তৰ কোৰিয়া দেশৰ অদ্ভুদ কিছু নিয়ম বা আইন ।


ধন্যবাদ । পৰৱৰ্তী আকৰ্ষনীয় লেখাটোৰ বাবে সদায় ভিজিট কৰিব আমাৰ এই ৱেবচাইটতোত ।


মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব তাক জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক




যিকোনো এখন গাড়ী বা বাইকৰ  নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি কিদৰে গোটেই গাড়ী বা বাইক খনৰ মালিকৰ নাম ঠিকনা সকলো তথ্য উলিয়াব পাৰি জানিবলৈ ইয়াত  ক্লিক (click here) কৰক




আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক

Post a Comment

0 Comments