কিদৰে মবাইলৰ Bluetooth দ্ধাৰা hotspotsৰ দৰে data চেয়াৰ কৰিব পাৰি | how to share data by bluetooth

কিদৰে মবাইলৰ Bluetooth দ্ধাৰা hotspotsৰ দৰে data চেয়াৰ কৰিব পাৰি | how to share data by bluetooth 

bluetooth data share

   

আজিৰ এই লেখাটোত আমি আপোনালোকক জনাম কিদৰে মবাইলৰ Bluetooth দ্ধাৰা hotspotsৰ দৰে data চেয়াৰ কৰিব পাৰি ।

আপোনাৰ মবাইলৰ Bluetooth দ্ধাৰা hotspotsৰ দৰে data চেয়াৰ কৰিবলৈ হলে প্ৰথমে আপোনাৰ মবাইলটো Bluetooth অন কৰক আৰু কাষত থকা মবাইলটোৰ Bluetooth অন কৰক । (যাৰ লগত ডাটা চেয়াৰ কৰিব)

তাৰ পাছতে দুয়োটাৰে মবাইলত Bluetooth কনেক্ট কৰক । অৰ্থাৎ দুয়োটা মবাইলটোৰ মাজত Bluetooth pair কৰক ।

মবাইল দুয়োটাৰ মাজত Bluetooth pair হয় যোৱাৰ পাছত অৰ্থাৎ দুয়োটা মবাইল Bluetooth দ্ধাৰা ইটোয়ে সিটোৰ লগত connect হোৱাৰ পাছত যাৰ মবাইলৰ পৰা ডাটা চেয়াৰ (data share) কৰিব অৰ্থাৎ যাৰ মবাইলৰ পৰা ইন্টাৰনেট দিব তাৰ মবাইলটোৰ  SETTING লৈ যাব আৰু তাৰ পৰা আপুনি য'ত hotspot অন কৰি ডাটা চেয়াৰ কৰে তালৈ যাব তাত দেখিব যে তলত  Bluetooth tethering নামৰ এটা অপশ্বন পাব ।
bluetooth tethering

আপুনি এই Bluetooth tethering অন কৰি দিব । তাৰ পাছত দেখিব যে আপুনি যাৰ লগত Bluetooth connection কৰি ৰাখিছিল এইটো মবাইলত ইন্টাৰনেট চলিবলৈ আৰম্ভ কৰিছে । ধ্যান দিব যে যিটো মবাইলৰ পৰা ডাটা চেয়াৰ কৰিব এই মবাইলটোৰ ডাটা অন থাকিব লাগিব ।

গতিকে এনেদৰে আপুনি Bluetooth দ্বাৰাওঁ ডাটা চেয়াৰ কৰিব পাৰে । ধ্যান দিব যে এই Bluetooth tethering অপশ্বনটো সকলোৰে মবাইলত নাথাকিব পাৰে । বিশেষকৈ যাৰ মবাইল  Old model আৰু পুৰনা version চলি আছে তেওঁলোকৰ তাত এই Bluetooth tethering অপশ্বনটো নাথাকে । কিন্তু নতুন আপডেটেট ভাৰশ্বন মবাইলবোৰত এই অপশ্বন অনায়াসে উপলব্ধ । গতিকে আপুনি আজিয়েই মবাইলটো  check কৰি চাওঁক আৰু Bluetooth tethering অপশ্বনটো আছে যদি ওপৰত উল্লেখ কৰা দৰে ডাটা চেয়াৰ কৰক ।

এই লেখাটো  YouTubeত ভিডিঅ ৰূপত চাব বিচাৰিলে ইয়াত ক্লিক কৰি চাওঁক ।



ধন্যবাদ । পৰৱৰ্তী আকৰ্ষনীয় লেখাটোৰ বাবে সদায় ভিজিট কৰিব আমাৰ এই ৱেবচাইটতোত ।


মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব তাক জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক




যিকোনো এখন গাড়ী বা বাইকৰ  নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি কিদৰে গোটেই গাড়ী বা বাইক খনৰ মালিকৰ নাম ঠিকনা সকলো তথ্য উলিয়াব পাৰি জানিবলৈ ইয়াত  ক্লিক (click here) কৰক




আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক

Post a Comment

0 Comments