অনুজ য়েইনৰ কবিতা - বৰষুণ | Assamese poem



বৰষুণ

       
১/ এজাক বৰষুণৰ আশাত
আকাশ লৈ মূৰতুলি
তৃষ্ণাতুৰ সেউজী ধৰাখন, ৰঙালী বিহুৰ
নামেৰে গৰু-মহক গা'ধোৱ লে,
এপাত দুপাত লহপকৈ
কুঁহিপাত মেলিবলৈ,,মূখ মেলা নাঙত গছবোৰ,
ফাটমেলা পথাৰৰ মাটি,
সজাল ধৰিব খোজা লেৰেলি  ধানবোৰ,
এজাক বৰষুণৰ প্ৰয়োজন।
২/ হয় গঞা ৰাইজে ভেকুলী বিয়া খন
পাতিবলে পাহৰা নাই
পিছে , কৰণাৰ লক ডাউনে বৰ্থ আয়োজন।
 ৩/ মানুহ বোৰ গছৰ ছাঁ
বিচাৰি ফুৰে,তাছবোৰ
য'তে ততে সিচৰিত,,
আৰক্ষীয়ে যে  সামাজিক দুৰত্বৰ
তহলদি ফূৰে,,,,
 ঘৰৰ আন্ধাৰ গুহাৰ সদৃশ কাৰাগাৰ।
৪/ মুকলি আকাশৰ তলত
বহি কাবৈ কৰিবলে
যেন অনুমতি দিয়ানা
কৰণাভাইৰছ,,,,,,
কি নাম দি মাতিবলে
কি দি পুজা কৰিবলে
নাই সামগ্ৰী কতো পাবলে, মাথো লাগে আমাক বাধাহীন চলাফুৰা,,,,,
৫/ কোনাবাই কয় কভিদ নাইন টিন,হয় তাৰে নাম
আতংকিত বিশ্ব মহামাৰী
কৰুণা ন'ভেল,,,,, ইত্যাদি।
আচলতে,হে সৃষ্টি কৰ্তা
ঈশ্বৰ , তোমাৰ ওপৰত
সকলো হুপি দিলো
এনে এক মহা মাৰীৰ
পৰা ধূই নিকা কৰি
পৰিত্ৰাণ পাবলে
এজাক বৰষুণৰ প্ৰয়োজন,, অপেক্ষাত,


--- অনুজ য়েইন

Post a Comment

0 Comments