WhatsAppএ ব্যৱহাৰকাৰী সকলক নতুনকৈ দিছে এই ৪টা সুবিধা । কি কি সুবিধা দিছে জানো আহক ।

WhatsAppএ ব্যৱহাৰকাৰী সকলক নতুনকৈ দিছে এই ৪টা সুবিধা ।

New Whatsapp features

WhatsAppএ user সকলক নতুনকৈ ৪ টা  Features প্ৰদান কৰিব যাৰ দ্বাৰা ব্যৱহাৰ কাৰী সকলে WhatsAppৰ ভিতৰতে - নেটফ্লিক্স,  মাল্টি ডিভাইচ এক্সিচ,  ডাৰ্ক মোড, আৰু ফিংগাৰ প্ৰিন্ট ব্যৱস্থা পাব ।


Netflix streaming -


Netflix streaming

WhatsAppএ নতুনকৈ ব্যৱহাৰকাৰী সকলক সুবিধা প্ৰদান কৰিব যে, যাৰ দ্বাৰা সকলো ব্যৱহাৰকাৰীয়ে WhatsAppৰ ভিতৰতেই Netflix ভিডিঅ চাব পাৰিব । বৰ্তমান এই সুবিধাটো beta testing চলি আছে আৰু কিছুদিন পাছতে testing সফল হলে  Android আৰি IOS ডিভাইচত একেলগে মুকলি কৰিব এই সুবিধাটো ।


Multi device support -


multi device support

WhatsAppৰ এই featureটোৰ দ্বাৰা এতিয়াৰ পৰা ব্যৱহাৰকাৰী সকলে একেটা সময়তে একেটা নম্বৰেৰে কেইবাটাওঁ মবাইল বা টেবলেট আদিত WhatsApp একাউন্টা চলাব পাৰিব । ইয়াৰ আগতে একেটা নম্বৰেৰে কেইবাটাওঁ ফোন বা টেবলেটত একেটা সনয়ত একেলগে WhatsApp একাউন্ট চলাব নোৱাৰিছিল । কিন্তু এইবাৰ WhatsAppএ ব্যৱহাৰকাৰী সকলৰ সুবিধাৰ বাবে এই featureটো লৈ আনিছে ।

Dark mode -


dark mode

WhatsAppএ এই ডাৰ্কমোড feature বীটা ইউজাৰ সকলৰ বাবে ৰোল আউট কৰিছিল যদিওঁ বৰ্তমান Android আৰি IOS ডিভাইচৰ বাবে একেলগে এই সুবিধাটো মুকলি কৰিব ।


ফিংগাৰপ্ৰিন্ট ল'ক - 



fingerprint lock

ফিংগাৰপ্ৰিন্ট ল'ক বৰ্তমান WhatsApp বিজিনেচ ব্যৱহাৰকাৰী সকলৰ বাবে উপলব্ধ আছিল যদিওঁ WhatsAppৰ  official ৱেবচাইটত বৰ্তমান এই কথা ঘোষণা কৰিছে যে এতিয়াৰ পৰা Android আৰি IOS  deviceতো এই ফিংগাৰপ্ৰিন্ট ল'ক সুবিধা পাব ।


Post a Comment

0 Comments