প্ৰকাশ পালে ২০২০ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময় সুচী (Routine) ।

প্ৰকাশ পালে ২০২০ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময় সুচী ।



অলপতে চেবাই অনলাইন ৱেবচাইট যোগে প্ৰকাশ কৰিলে আগন্তক হাই স্কুল শিক্ষান্ত পৰীক্ষা সময় সুচী । ২০২০ বৰ্ষৰ ১০ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব লগা এই হাই স্কুল শিক্ষান্ত পৰীক্ষা ২৯ ফেব্ৰুৱাৰীত সমাপ্ত হব । পূৰ্বৰ দৰে এইবাৰো আৰম্ভ হব ইংৰাজী বিষয়েৰে পৰীক্ষা । ২১ আৰু ২২ জানুৱাৰিত হব প্ৰেক্টিকেল পৰীক্ষা ।  উক্ত পৰীক্ষাৰ সময় সুচী সবিশেষ জানিবলৈ তলৰ আলোক চিত্ৰখন চাওঁক -



আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব এই জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক


আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক



Post a Comment

0 Comments