কবিতা - লেখক মুনমী কুঁৱৰ


কবিতা 

লেখক - মুনমী কুঁৱৰ


তােমাক এবাৰ কাষত পােৱাৰ হেঁপাহৰ
বাবেই হওঁক বা
ভালপােৱাৰ বাবেই হওঁক,
ধৰা দিছোঁ তােমাৰ ওচৰত নিজকে
নির্লজ্জ ভাবে,
অকপতে স্বীকাৰ কৰিছোঁ তােমাক
ভালপােৱাৰ কথা,
নকওঁ তােমাক কোনােদিনে তুমি কেৱল
মােৰেই হৈ থাকা বুলি...
মাত্ৰ এবাৰ অনুভৱ কৰি চোৱা মােক
মই যিদৰে কৰিছোঁ তােমাক
বিচাৰি পাবা বুকুৰ মাজত
আকাশৰ বিশালতাৰ উমান...




(আপোনাৰ নিপুন হাতে লিখা সুন্দৰ কবিতা বা আন লেখা যদি আমাৰ এই জনপ্ৰিয় ৱেবচাইট সমগ্ৰ ডট ইন'ত প্ৰকাশ কৰিব বিছাৰিছে তেন্তে  অনুগ্ৰহ কৰি আমাৰ Whatsapp নং ৯৬৭৮৮৫১৯৯১ ত কবিতা বা যিকোনো লেখাটো প্ৰেৰন কৰক । আমাৰ ৱেবচাইটটোত প্ৰত্যেক মাহে অতিকৈ উচ্চমান সম্পন্ন আৰু পাঠকে অতিকৈ ভাল পোৱা কবিতা বা যিকোনো লেখাৰ লেখক জনক আমি মাননীওঁ প্ৰদান কৰো ।)


Post a Comment

0 Comments