২০২০ বৰ্ষত অসম চৰকাৰে ৩৫ টা চৰকাৰী বন্ধ ঘোষণা কৰিছে । এই বন্ধ দিন সমুহ আৰু বন্ধৰ কাৰন সমুহ তলত আমি উল্লেখ কৰা হল -
বন্ধ তাৰিখ :- বন্ধৰ কাৰন
১৫ আৰু ১৬ জানুৱাৰী :- মাঘ বিহু, টুছু পূজা৷
২৩ জানুৱাৰী :- নেতাজীৰ জন্মদিন৷
২৬ জানুৱাৰী :- গণৰাজ্য দিৱস৷
২৮ জানুৱাৰী :- গৌথাৰ বাথাও চান ।
৩১ জানুৱাৰী :- মে-ডাম-মে-ফি ।
৯ ফেব্রুৱাৰী :- বীৰ চিলাৰায় দিৱস ।
৯ মার্চ :- দৌলযাত্রা৷
১০ এপ্রিল :- গুড ফ্রাইডে’ ।
১৩, ১৪, ১৫ এপ্রিল :- বহাগ বিহু৷
২৩ এপ্রিল :- দামোদৰদেৱৰ তিথি৷
১ মে’ :- মে’ দিৱস৷
৭ মে’ :- বুদ্ধ পূর্ণিমা৷
২৫ মে’ :- ঈদ-উল-ফিটৰ৷
৬ জুন :- শ্রীশ্রীমাধৱদেৱৰ জন্মোৎসৱ৷
১ আগষ্ট :- ঈদ-উজ-জোহা৷
১৫ আগষ্ট :- স্বাধীনতা দিৱস৷
২০ আগষ্ট :- শ্রীমন্ত শংকৰদেৱৰ তিথি৷
৭ ছেপ্টেম্বৰ :- শ্রীশ্রীমাধৱদেৱৰ তিথি৷
৯ ছেপ্টেম্বৰ :- জন্মাষ্টমী৷
২৬ছেপ্টেম্বৰ :- শ্রীশ্রীশংকৰদেৱৰ জন্মোৎসৱ৷
২ অক্টোবৰ :- গান্ধী জয়ন্তী৷
১৭ অক্টোবৰ :- কাতি বিহু৷
২৩, ২৪, ২৫ আৰু ২৬ অক্টোবৰ :- দুর্গা পূজা আৰু বিজয়া দশমী৷
১৪ নৱেম্বৰ :- কালী পূজা আৰু দেৱালী৷
২০ নৱেম্বৰ :- ষট্ পূজা৷
২৪ নৱেম্বৰ :- লাচিত দিৱস৷
৩০ নৱেম্বৰ :- গুৰু নানকৰ জন্মদিন৷
২ ডিচেম্বৰ :- অসম দিৱস (চু-কা-ফা দিৱস)৷
২৫ ডিচেম্বৰ :- খ্রীষ্টমাছ ৷
এইয়াই হৈছে অসমৰ ২০২০ বৰ্ষৰ বন্ধৰ তালিকা । ধন্যবাদ । তথ্যটো চেয়াৰ কৰিবলৈ নাপাহৰিব ।
0 Comments