২০২০ বৰ্ষত অসম চৰকাৰে ঘোষনা কৰা চৰকাৰী বন্ধৰ তালিকা

২০২০ বৰ্ষত অসম চৰকাৰে ৩৫ টা চৰকাৰী বন্ধ ঘোষণা কৰিছে । এই বন্ধ দিন সমুহ আৰু বন্ধৰ কাৰন সমুহ তলত আমি উল্লেখ কৰা হল -



বন্ধ তাৰিখ    :-    বন্ধৰ কাৰন


১৫ আৰু ১৬ জানুৱাৰী :- মাঘ বিহু, টুছু পূজা৷


২৩ জানুৱাৰী :- নেতাজীৰ জন্মদিন৷


২৬ জানুৱাৰী :- গণৰাজ্য দিৱস৷


২৮ জানুৱাৰী :- গৌথাৰ বাথাও চান ।


৩১ জানুৱাৰী :- মে-ডাম-মে-ফি ।


৯ ফেব্রুৱাৰী :- বীৰ চিলাৰায় দিৱস ।


৯ মার্চ :- দৌলযাত্রা৷

১০ এপ্রিল :- গুড ফ্রাইডে’ ।


১৩, ১৪, ১৫ এপ্রিল :- বহাগ বিহু৷


২৩ এপ্রিল :- দামোদৰদেৱৰ তিথি৷


১ মে’ :- মে’ দিৱস৷


৭ মে’ :- বুদ্ধ পূর্ণিমা৷

২৫ মে’ :- ঈদ-উল-ফিটৰ৷


৬ জুন :- শ্রীশ্রীমাধৱদেৱৰ জন্মোৎসৱ৷


১ আগষ্ট :- ঈদ-উজ-জোহা৷


১৫ আগষ্ট :- স্বাধীনতা দিৱস৷


২০ আগষ্ট :- শ্রীমন্ত শংকৰদেৱৰ তিথি৷


৭ ছেপ্টেম্বৰ :- শ্রীশ্রীমাধৱদেৱৰ তিথি৷


৯ ছেপ্টেম্বৰ :- জন্মাষ্টমী৷


২৬ছেপ্টেম্বৰ :- শ্রীশ্রীশংকৰদেৱৰ জন্মোৎসৱ৷


২ অক্টোবৰ :- গান্ধী জয়ন্তী৷


১৭ অক্টোবৰ :- কাতি বিহু৷


২৩, ২৪, ২৫ আৰু ২৬ অক্টোবৰ :- দুর্গা পূজা আৰু বিজয়া দশমী৷


১৪ নৱেম্বৰ :- কালী পূজা আৰু দেৱালী৷


২০ নৱেম্বৰ :- ষট্ পূজা৷


২৪ নৱেম্বৰ :- লাচিত দিৱস৷


৩০ নৱেম্বৰ :- গুৰু নানকৰ জন্মদিন৷


২ ডিচেম্বৰ :- অসম দিৱস (চু-কা-ফা দিৱস)৷


২৫ ডিচেম্বৰ :- খ্রীষ্টমাছ ৷



এইয়াই হৈছে অসমৰ ২০২০ বৰ্ষৰ বন্ধৰ তালিকা । ধন্যবাদ । তথ্যটো চেয়াৰ কৰিবলৈ নাপাহৰিব ।

Post a Comment

0 Comments