২০১৯'ৰ অসম টেট'ত আহিব পৰা অসমীয়া আৰু সাধাৰন জ্ঞান বিষয়'ৰ অতিকৈ জৰুৰি প্ৰশ্ন উত্তৰৰ ষষ্ঠ খণ্ড

২০১৯'ৰ অসম টেট'ত আহিব পৰা অসমীয়া আৰু সাধাৰন জ্ঞান বিষয়'ৰ অতিকৈ জৰুৰি প্ৰশ্ন উত্তৰৰ ষষ্ঠ খণ্ড


আজি আমি আপোনালোকক ২০১৯'ৰ অসম টেট'ত আহিব পৰা অসমীয়া আৰু সাধাৰন জ্ঞান বিষয়'ৰ অতিকৈ জৰুৰি প্ৰশ্ন উত্তৰ সমুহ ইয়াত জনাম । অসমীয়া বিষয়ত আহিব পৰা প্ৰশ্ন উত্তৰৰ এইটো হৈছে ষষ্ঠ খণ্ড । পঞ্চম খণ্ডটো আমাৰ "সমগ্ৰ ডট কম" ফেচবুক পেজটোতহে উপলব্ধ । এই ৱেবচাইটত পঞ্চম খণ্ডটো নাপাব । গতিকে পঞ্চম খণ্ডটো পঢ়িবলৈ আপুনি আমাৰ ফেচবুক পেজত যাব লাগিব । এই ষষ্ঠ খণ্ডটোত মুঠ ৫০ টা প্ৰশ্ন উত্তৰ সাঙুৰি লোৱা হৈছে । সপ্তম খণ্ডত পৰিবেশৰ ওপৰত প্ৰশ্ন উত্তৰ পাব । কাইলৈ আমাৰ ফেচবুকত পেজ "সমগ্ৰ ডট কম"ত সপ্তম খণ্ড আপলড কৰা হব । গতিকে আজি ষষ্ঠ খণ্ডটো অধ্যয়ন কৰক আৰু কাইলৈ সপ্তম খণ্ড পঢ়িবলৈ আমাৰ ফেচবুক পেজটো লাইক বা ফল' কৰিব । লাইক ফল' কৰিবলৈ আপুনি ফেচবুকত "সমগ্ৰ ডট ইন" বুলি চাৰ্চ কৰিব তেতিয়া আপুনি আমাৰ পেজটো পাব আৰু তাৰপাছত আপুনি পেজটো লাইক বা ফল' কৰিব পাৰিব । আৰু লাইক ফল' কৰিলেই  আপুনি দৈনিক এই দৰে টেট'ৰ সম্পৰ্কে সকলো প্ৰশ্ন উত্তৰৰ আপডেট বোৰ পাই থাকিব ।

এতিয়া আহো  মুল বিষয়টোলৈ -


প্ৰশ্নঃ-  জোনাকী কাকতৰ প্রথম সম্পাদক

( ক ) লক্ষ্মীনাথ বেজবৰুৱা
( খ ) হেমচন্দ্র গােস্বামী
( গ ) চন্দ্র কুমাৰ আগৰৱালা
( ঘ ) গুণাভিৰাম বৰুৱা

উত্তৰ  ঃ ( গ ) চন্দ্র কুমাৰ আগৰৱালা ।


প্ৰশ্নঃ-  শংকৰদেৱৰ প্ৰথম ৰচনা হৈছে ।

( ক ) ৰাম বিজয়
( খ ) ৰুক্মিণী হৰণ নাট
( গ ) পাৰিজাত হৰণ নাট
( ঘ ) হৰিশ্চন্দ্ৰ উপাখ্যান |

উত্তৰ  ঃ ( ঘ ) হৰিশ্চন্দ্ৰ উপাখ্যান ।


প্ৰশ্নঃ-  ' A study on Kamrupi : A Dialect of Assamese ' গ্রন্থখনৰ ৰচক - -

( ক ) ড° উপেন্দ্র নাথ গােস্বামী
( খ ) ড° বাণীকান্ত কাকতি
( গ ) ড° ৰমেশ পাঠক
( ঘ ) ড° দীপ্তি ফুকন পাটগিৰি

উত্তৰ  ঃ ( ক ) ড° উপেন্দ্র নাথ গােস্বামী


প্ৰশ্নঃ-  তলৰ কোনটো কামৰূপী উপভাষাৰ শব্দ ?

( ক ) দীঘাল ।
( খ ) দীঘল
( গ ) দীঘলীয়া
( ঘ ) দীঘাল |

উত্তৰ  ঃ ( ক ) দীঘাল


প্ৰশ্নঃ-  মান্যভাষাৰ বিশিষ্ট স্বৰধ্বনি হৈছেঃ

( ক ) পাঁচটা ।
( খ ) দুটা
( গ ) আঠটা ।
( ঘ ) এঘাৰটা

উত্তৰ  ঃ ( গ ) আঠটা


প্ৰশ্নঃ-  কামৰূপী ভাষাৰ শব্দত শ্বাসাঘাত পৰে শব্দৰ

( ক ) উপধা অক্ষৰত
( খ ) শেষত
( গ ) আদি অক্ষত
( ঘ ) দ্বিতীয় অক্ষত

উত্তৰঃ ( গ ) আদি অক্ষৰত


প্ৰশ্নঃ- শংকৰদেৱৰ দ্বাৰা ৰচিত ৬ আখৰী কুসুমমালা ছন্দত ৰচিত গ্রন্থখন ।

( ক ) গুণমালা
( খ ) কীৰ্ত্তন ।
( গ ) উত্তৰাকাণ্ড ৰামায়ণ ।
( ঘ ) বলিছলন ।

উত্তৰ  ঃ ( ক ) গুণমালা


প্ৰশ্নঃ-  মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ৰচনা কৰিছিল ?

( ক ) প্রথম কাণ্ড
( খ ) তৃতীয় কাণ্ড
( গ ) আদিকাণ্ড
( ঘ ) উত্তৰাকাণ্ড

উত্তৰ  ঃ ( গ ) আদিকাণ্ড


প্ৰশ্নঃ-  তলৰ কোনখন ৰচনা ঝুমুৰা নহয় ?

( ক ) অর্জুন - ভঞ্জন
( খ ) চোৰধৰা
( গ ) পিম্পৰা - গুচোৱা
( ঘ ) ভােজন - বিহাৰ

উত্তৰ  ঃ ( ক ) অর্জুন - ভঞ্জন ।


প্ৰশ্নঃ-  ' Dialect ' শব্দটো কি ভাষাৰ পৰা ইংৰাজী ভাষাত ব্যৱহৃত হৈছে ?

( ক ) জার্মান
( খ ) গ্রীক
( গ ) ফৰাচী .
( ঘ ) ইটালী

উত্তৰ  ঃ ( খ ) গ্রীক


প্ৰশ্নঃ-  “ অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ ৰচনা কৰিছে ।

( ক ) ড° উপেন্দ্র নাথ গােস্বামী
( খ ) ড° গােলােক চন্দ্র গােস্বামী ।
( গ ) ড° ভগৱান মৰল ।
( ঘ ) ওপৰৰ এটাও নহয় ।

উত্তৰ : ( খ ) ড° গােলােক চন্দ্র গােস্বামী


প্ৰশ্নঃ-  উপভাষা সৃষ্টিৰ মূল কাৰণ

( ক ) মানুহৰ মাজত আহ - যাহ বা যােগাযােগৰ অভাৱ
( খ ) ৰাজনৈতিক
( গ ) অর্থনৈতিক

উত্তৰঃ ( ক ) মানুহৰ মাজত আহ - যাহ বা যােগাযোেগৰ অভাৱ


প্ৰশ্নঃ- তলৰ কোনটো তৎসম শব্দ ?

( খ ) কিতাপ
( গ ) নাক
( ঘ ) সূর্য

উত্তৰ : ( ঘ ) সূর্য


প্ৰশ্নঃ-  অংকীয়া নাটত থকা থলুৱা উপাদান হৈছে

( ক ) যক্ষগান ।
( খ ) কথাকলি
( গ ) ওজাপালি
( ঘ ) ৰামলীলা

উত্তৰঃ ( গ ) ওজাপালি


প্ৰশ্নঃ-  তলৰ কোনটো শব্দ অর্ধ - তৎসম ?

( ক ) চেনেহ
( গ ) নদী
( ঘ ) কাগজ

উত্তৰ - ( ক ) চেনেহ


প্ৰশ্নঃ-  মিচিংসকলৰ জাতীয় উৎসৱ - -

( ক ) বৈশাগু
( খ ) কমপূজা
( গ ) বায়খাে
( ঘ ) আলি আই লৃগাং

উত্তৰ  ঃ ( ঘ ) আলি আই লৃগাং


প্ৰশ্নঃ-  কৃষি পদ্ধতিৰ আৱিষ্কাৰক হ ' ল —

( ক ) ৰাভাসকল
( খ ) মিচিংসকল
( গ ) বড়ােসকল
( ঘ ) কাৰ্বিসকল

উত্তৰঃ ( গ ) বড়ােসকল


প্ৰশ্নঃ-  থাই - আহােম শব্দ হৈছে —

( ক ) ঘৰ
( খ ) হাফলু
( গ ) কাৰেং
( ঘ ) গুদাম

উত্তৰ : ( গ ) কাৰেং


প্ৰশ্নঃ-  বৰদৈচিলা ’ শব্দটোৰ মূল হৈছে —

( ক ) বড় ভাষা
( খ ) মিচিং ভাষা
( গ ) কাৰ্বি ভাষা
( ঘ ) দেউৰী ভাষা

উত্তৰ  ঃ ( ক ) বড়াে ভাষা ।



প্ৰশ্নঃ-  তলৰ কোনটো শব্দ আৰবী

( ক ) দাৰােগা
( খ ) বুটাম
( গ ) নাৰাজ ।
( ঘ ) বাবু

উত্তৰ  ঃ ( গ ) নাৰাজ


প্ৰশ্নঃ-  কামৰূপী উপভাষাত বিশিষ্ট স্বৰধ্বনি হৈছে  ঃ

( ক ) তিনিটা
( খ ) আঠটা
( গ ) ছয়টা ।
( ঘ ) সাতটা

উত্তৰ  ঃ ( ঘ ) সাতটা .


প্ৰশ্নঃ-  তলৰ কোনটো শব্দ চীনা ভাষাৰ ।

( ক ) চাহ ।
( খ ) ৰিক্সা
( গ ) হৰতন ।
( ঘ ) গীর্জা

উত্তৰ  ঃ ( ক ) চাহ


প্ৰশ্নঃ-  তলৰ কোনটো শব্দ পাৰ্চী ?

( ক ) কোম্পানী
( খ ) বেহেলা
( গ ) মজদুৰ
( ঘ ) জাহাজ

উত্তৰ  ঃ ( ঘ ) জাহাজ । 


প্ৰশ্নঃ-  ড° বাণীকান্ত কাকতিয়ে দেশী শব্দবােৰক কেইটা ভাগত ভাগ কৰিছে ?

( ক ) পাঁচটা
( খ ) তিনিটা
( গ ) দুটা
( ঘ ) সাতটা

উত্তৰ  ঃ ( খ ) তিনিটা ।



প্ৰশ্নঃ-  ইনকিলাব ’ শব্দটো আহিছে —

( ক ) আৰবী ।
( খ ) পার্টী
( গ ) তুর্কী
( ঘ ) চান ।

উত্তৰ  ঃ ( ক ) আৰবী


প্ৰশ্নঃ- সভ্যতাৰ এটা নিদর্শন হৈছে —

( ক ) ৰাজনৈতিক শিষ্টতা
( খ ) অর্থনৈতিক শিষ্টতা ।
( গ ) সামাজিক শিষ্টতা ।

উত্তৰ  ঃ ( গ ) সামাজিক শিষ্টতা


প্ৰশ্নঃ-  বানান বিভ্রাটৰ এটা কাৰণ হ ’ ল

( ক ) একাগ্ৰতাৰ অভাৱ
( খ ) মনােযােগ
( গ ) ভয় নকৰা
( ঘ ) ইংৰাজী ভাষাৰ প্রভাৱ ।

উত্তৰ  ঃ ( ক ) একাগ্ৰতাৰ অভাৱ


প্ৰশ্নঃ-  মাতৃভাষা শিক্ষণত সহায় কৰা এবিধ উপকৰণ  হল

( ক ) অভিধান
( খ ) জ্ঞান - বিজ্ঞানৰ কিতাপ ।
( গ ) সংখ্যান

উত্তৰ  ঃ ( ক ) অভিধান ।


প্ৰশ্নঃ-  লিখনৰ দ্রুততাই বানান 

( ক ) শুদ্ধ কৰে
( খ ) আখৰ ভাল কৰে ।
( গ ) বানান ভুল কৰে
( ঘ ) হাতৰ আখৰ ভাল কৰে ।

উত্তৰ  ঃ ( গ ) বানান ভুল কৰে ।


প্ৰশ্নঃ-  প্রতিলিপি ’ মানে

( ক ) শুনি লিখা
( খ ) নজনাকৈ লিখা
( গ ) চাই চাই লিখা
( ঘ ) নােচোৱাকৈ লিখা

উত্তৰ  ঃ ( গ ) চাই চাই লিখা ।


প্ৰশ্নঃ-  বর্ণ শুদ্ধিৰ এটা উপায় হল —

( ক ) শ্রুতলিপি
( খ ) লিখত দ্রুততা ।
( গ ) লিখাৰ অনভ্যাস
( ঘ ) থলুৱা ভাষাৰ প্রয়ােগ ।

উত্তৰ  ঃ ( ক ) শ্ৰুতলিপি


প্ৰশ্নঃ-  তামেশ্বেৰী মন্দিৰ ’ উপন্যাসখনৰ ৰচক —

( ক ) ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য
( খ ) ৰজনীকান্ত বৰদলৈ ।
( গ ) যােগেশ দাস
( ঘ ) নিৰুপমা বৰগােহাঞি

উত্তৰ  ঃ ( খ ) ৰজনীকান্ত বৰদলৈ


প্ৰশ্নঃ-  অসমীয়া চুটি গল্পৰ ৰচক

( ক ) লক্ষ্মীনাথ বেজবৰুৱা
( খ ) পদ্মনাথ গােহাঞি বৰুৱা
( গ ) জ্যোতি প্ৰসাদ আগৰৱালা
( ঘ ) যতীন্দ্রনাথ দুৱৰা ।

উত্তৰ  ঃ ( ক ) লক্ষ্মীনাথ বেজবৰুৱা


প্ৰশ্নঃ-  অসমীয়া নাট্য সাহিত্যৰ জনক

( ক ) লক্ষ্মীনাথ বেজবৰুৱা
( খ ) শংকৰদেৱ
( গ ) মাধৱদেৱ
( ঘ ) ৰজনী কান্ত বৰদলৈ

উত্তৰ  ঃ ( খ ) শংকৰদেৱ


প্ৰশ্নঃ-  সৰৱ পঠনত বৰ্ণ আৰু শব্দৰ

( ক ) শুদ্ধ আৰু স্পষ্ট উচ্চাৰণ হয় ।
( খ ) বানান ভুল হয় ।
( গ ) আনে ভুল ধৰিব পাৰে ।

উত্তৰ  ঃ ( ক ) শুদ্ধ আৰু স্পষ্ট উচ্চাৰণ হয়


প্ৰশ্নঃ-  বিহুগীতবােৰ হৈছে

( ক ) ভক্তিমূলক লােকগীত
( খ ) ভক্তি নিৰপেক্ষ গীত
( গ ) অনুষ্ঠানমূলক লােকগীত

উত্তৰ  ঃ ( গ ) অনুষ্ঠানমূলক লােকগীত


প্ৰশ্নঃ-  ' Srimanta Sankaradeva Vaishnava Saint of Assam ' গ্রন্থখনৰ ৰচক

( ক ) হােমেন বৰগােহাঞি
( খ ) বিমল ফুকন ।
( গ ) ৰীতা চৌধুৰী
( ঘ ) অনুৰাধা শৰ্মা পূজাৰী ।

উত্তৰ  ঃ ( খ ) বিমল ফুকন


প্ৰশ্নঃ-  আজিৰ মানুহ ’ উপন্যাসখনৰ ৰচয়িতা

( ক ) প্রফুল্ল দত্ত গােস্বামী
( খ ) যােগেশ দাস ।
( গ ) হিতেশ ডেকা
( ঘ ) শীলভদ্র

উত্তৰ : ( গ ) হিতেশ ডেকা


প্ৰশ্নঃ-  কুমাৰ কিশােৰ কাৰ ছদ্ম নাম

( ক ) কিশােৰী মােহন শর্মা ।
( খ ) চন্দ্রপ্রসাদ শইকীয়া
( গ ) লক্ষ্মীনন্দন বৰা
( ঘ ) মহেন্দ্ৰ বৰঠাকুৰ

উত্তৰ  ঃ ( ক ) কিশােৰী মােহন শর্মা ।


প্ৰশ্নঃ-  পৱিত্ৰ অসম ’ গ্ৰন্থখনৰ ৰচক

( ক ) ড° মহেশ্বৰ নেওগ
( খ ) ড° উপেন্দ্রনাথ গােস্বামী ।
( গ ) ড° বাণীকান্ত কাকতি ।
( ঘ ) ড° ৰমেশ পাঠক

উত্তৰ : ( ক ) ড° মহেশ্বৰ নেওগ


প্ৰশ্নঃ-  “ মই তাৰ পৰা কলমটো আনিলাে । ” — ইয়াত কি বিভক্তি যােগ হৈছে —

( ক ) প্রথমা ।
( খ ) তৃতীয়া
( গ ) পঞ্চমী
( ঘ ) সপ্তমী

উত্তৰ  ঃ ( গ ) পঞ্চমী


প্ৰশ্নঃ-  এছপিৰেন্টো ’ এটা

( ক ) কৃত্রিম আন্তঃৰাষ্ট্ৰীয় ভাষা
( খ ) স্বাভাৱিক ভাষা
( গ ) মিশ্র ভাষা ।

উত্তৰ  ঃ ( ক ) কৃত্রিম আন্তঃৰাষ্ট্ৰীয় ভাষা


প্ৰশ্নঃ-  অসমৰ স্কট ’ হৈছে

( ক ) ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য
( খ ) ৰজনীকান্ত বৰদলৈ
( গ ) লক্ষ্মীনাথ বেজবৰুৱা
( ঘ ) চৈয়দ আব্দুল মালিক

উত্তৰ  ঃ ( খ ) ৰজনীকান্ত বৰদলৈ


প্ৰশ্নঃ- অসম প্ৰকাশন পৰিষদৰ জন্ম হয়

( ক ) ১৯৫০ চনত
( খ ) ১৯৫৮ চনত
( গ ) ১৯৬৫ চনত
( ঘ ) ১৯৭২ চনত

উত্তৰ  ঃ ( খ ) ১৯৫৮ চনত


প্ৰশ্নঃ-  অসমীয়া ভাষা উন্নতি সাধিনী সভা প্রতিষ্ঠা

( ক ) ১৮৮৯
( গ ) ১৮৯০
( খ ) ১৮৮৮
( ঘ ) ১৮৯১

উত্তৰ - ( গ ) ১৮৮৮


প্ৰশ্নঃ-  অসমীয়া উপন্যাসৰ স্ৰতা—

( ক ) পদ্মনাথ গােহাঞি বৰুৱা ।
( খ ) লক্ষ্মীনাথ বেজবৰুৱা
( গ ) ৰজনীকান্ত বৰদলৈ ।

উত্তৰ  ঃ ( ক ) পদ্মনাথ গােহাঞি বৰুৱা


প্ৰশ্নঃ-  চন্দ্র - সূর্যৰ বংশধৰ বুলি পৰিচয় দিয়ে |

( ক ) ৰাভাসকলে
( খ ) বড়ােসকলে
( গ ) মিচিংসকলে
( ঘ ) দেউৰীসকলে

উত্তৰ  ঃ ( গ ) মিচিংসকলে

প্ৰশ্নঃ-  হুচৰি গীত আৰম্ভ হয় - -

( ক ) মানুহৰ নামেৰে
( খ ) ঈশ্বৰৰ নামেৰে
( গ ) প্রকৃতিৰ নামেৰে
( ঘ ) নদীৰ নামেৰে

উত্তৰ  ঃ ( খ ) ঈশ্বৰৰ নামেৰে ।



গতিকে এইয়াই হৈছে অসম টেটত আহিব পৰা অসমীয়া বিষয়ক লাগতিয়াল প্ৰশ্ন উত্তৰৰ ষষ্ঠ ভাগ । লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ এই ৱেবচাইটতো সদায় ভিজিত (visit)  কৰিব নতুবা এই তথ্য সমুহ ফেচবুকত পঢ়িবলৈ আমাৰ ফেচবুকৰ "সমগ্ৰ ডট ইন" পেজটো লাইক বা Follow কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments