অসম টেট'ত আহিব পৰা অসমীয়া বিষয়ক প্ৰশ্ন উত্তৰৰ দ্বিতীয় খণ্ড

অসম টেট'ত আহিব পৰা অসমীয়া বিষয়ক প্ৰশ্ন উত্তৰৰ দ্বিতীয় খণ্ড -


আজি আমি আপোনালোকক ২০১৯'ৰ অসম টেট'ত আহিব পৰা অসমীয়া বিষয়'ৰ অতিকৈ জৰুৰি প্ৰশ্ন উত্তৰ সমুহ ইয়াত জনাম । অসমীয়া বিষয়ত আহিব পৰা প্ৰশ্ন উত্তৰৰ এইটো হৈছে দ্বিতীয় ভাগ । ইয়াত মুঠ ৩৫ টা প্ৰশ্ন উত্তৰ সাঙুৰি লোৱা হৈছে । প্ৰথম ভাগত আছিল ৪০ টা প্ৰশ্ন উত্তৰ । কাইলৈ আমি তৃতীয় খণ্ড আপলড কৰিম । গতিকে আজি দ্বিতীয় খণ্ডটো অধ্যয়ন কৰক আৰু কাইলৈ তৃতী খণ্ড পঢ়িবলৈ আমাৰ ৱেবচাইটটো কাইলৈ পুনৰ ভিজিত কৰিব । আৰু আমাৰ এই লেখাবোৰ আপুনি আমাৰ ফেচবুক পেজটো পঢ়িব পাৰিব । তাৰবাবে আপুনি ফেচবুকত "সমগ্ৰ ডট ইন" বুলি চাৰ্চ কৰি আমাৰ পেজটো লাইক কৰিব । তেতিয়া দৈনিক এই দৰে টেট'ৰ সম্পৰ্কে প্ৰশ্ন উত্তৰৰ আপডেট পাব ।

প্ৰশ্ন :-  গদ্যত ৰচিত কবিতাক বােলে –

( ক ) ৰূপক
( খ ) কাব্য কবিতা ।
( গ ) কথা কবিতা
( ঘ ) গদ্য কবিতা ।

উত্তৰ  ঃ ( গ ) কথা কবিতা ।


প্ৰশ্ন :-  তলৰ কোনজনক বুৰঞ্জীকাৰ বুলি কোৱা হয় ?

( ক ) ডঃ সূর্য কুমাৰ ভূঞা ।
( খ ) হােমেন বৰগােহাঞি ।
( গ ) ডঃ লক্ষ্মীনন্দন
( ঘ ) গদাধৰ সিংহ

উত্তৰ : ( ক ) ডঃ সূর্য কুমাৰ ভূঞা ।



প্ৰশ্ন :-  অসমৰ লােকনায়ক বুলি অভিহিত কৰা হয় —

( ক ) দেৱেশ্বৰ শৰ্মা
( খ ) তৰুণৰাম ফুকন
( গ ) অমিয় কুমাৰ দাস
( ঘ ) হেম বৰুৱা

উত্তৰ  ঃ ( গ ) অমিয় কুমাৰ দাস ।


প্ৰশ্ন :- প্রথম অসমীয়া চলচ্চিত্র অভিনেত্রী গৰাকী কোন আছিল ?

( ক ) আইদেউ সন্দিকৈ
( খ ) মলয়া গােস্বামী
( গ ) ইভা আচাও

উত্তৰ  ঃ ( ক ) আইদেউ সন্দিকৈ



প্ৰশ্ন :-  মহাৰাজ পৰীক্ষিত পুত্র হয় –

( ক ) ধৃতৰাষ্ট্রৰ
( খ ) অভিমুন্যৰ
( গ ) অর্জুনৰ
( ঘ ) কৃষ্ণৰ

উত্তৰ  ঃ ( খ ) অভিমুন্য ।


প্ৰশ্ন :-  স্তুতিমূলক বৈষ্ণৱ গীতক বােলা হয় –

( ক ) উপমা
( খ ) শ্লোক ।
( গ ) পয়াৰ
( ঘ ) ভটিমা |

উত্তৰ  ঃ ( ঘ ) ভটিমা


প্ৰশ্ন :-  অসমৰ আইতা বুলি অভিহিত কৰা হয়

( ক ) চন্দ্ৰপ্ৰভা শইকীয়ানী
( খ ) কনকলতা বৰুৱা ।
( গ ) নলিনী বালা দেৱী
( ঘ ) নিৰ্মলপ্ৰভা বৰদলৈ উত্তৰ

উত্তৰ -  নলিনী বালা দেৱী ।



প্ৰশ্ন :- বনকোৱৰ বুলি অভিহিত কৰা হয় -

( ক ) ৰুদ্ৰ বৰুৱা
( খ ) অমিয় কুমাৰ দাস
( গ ) আনন্দী ৰাম দাস
( ঘ ) পার্বতীপ্রসাদ বৰুৱা

উত্তৰ ( গ ) আনন্দী ৰাম দাস ।



প্ৰশ্ন :-  কেপাই শর্মা তলৰ কোনজন লেখকৰ ছদ্ম নাম

( ক ) মহিম বৰা ।
(খ) বিনন্দ চন্দ্ৰ বৰুৱা
( গ ) ভৱানন্দ বৰুৱা

উত্তৰ  ঃ (খ) বিনন্দ চন্দ্ৰ বৰুৱা



প্ৰশ্ন :-  বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি ’ কবিতাটিৰ লেখক কোন ?

( ক ) নীলিম কুমাৰ ।
( খ ) বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য ।
( গ ) হেমাংগ বিশ্বাস
( ঘ ) নীলমণি ফুকন

উত্তৰ ( খ ) বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য ।


প্ৰশ্ন :-  তলৰ কোনটো বাক্য অশুদ্ধ –

( ক ) মই বজাৰক যাওঁ
( খ ) মই ঘৰলৈ যাওঁ ।
( গ ) মই বজাৰলৈ যাওঁ
( ঘ ) মই ঘৰলৈকে যাওঁ

উত্তৰ  ঃ ( ক ) মই বজাৰক যাওঁ ।



প্ৰশ্ন :-  তলৰ কোনটো শুদ্ধ ?

( ক ) তােমাৰ খুৰীয়েৰা
( খ ) তােৰ পেহাক
( গ ) তােমাৰ বায়েৰা
( ঘ ) তাৰ খুৰীয়েক

উত্তৰ  ঃ ( ক ) তােমাৰ খুৰীয়েৰা ।


প্ৰশ্ন :-  তলৰ কোনটো পুংলিঙ্গ ?

( খ ) গছ
( গ ) কবিতা
( ঘ ) চন্দ্র
( ক ) লতা ।

উত্তৰঃ ( ঘ ) চন্দ্র ।



প্ৰশ্ন :-  চুঙাৰ বাদুলি’ – এই জতুৱা ঠাচৰ খণ্ডবাক্যটোৰ অর্থ হল –

( ক ) অতি চেনেহৰ
( খ ) বৰ ডাঙৰ
( গ ) বৰ সৰু
( ঘ ) অজ্ঞ লােক

উত্তৰ  ঃ ( ঘ ) অজ্ঞ লােক ।



প্ৰশ্ন :-   তলৰ কোনটো সমষ্টিবাচক বিশেষ্য ?

( ক ) শতাব্দী
( খ ) গণ
( গ ) বজাৰ

উত্তৰ - ( খ ) - গণ



প্ৰশ্ন :-  “ পানীৰ সমার্থক শব্দ হ ’ ল —

( ক ) অম্বৰ
( খ ) সুধাকৰ
( গ ) উদক ।
( ঘ ) অনল ।
উত্তৰঃ ( গ ) উদক



প্ৰশ্ন :-  সচ্চিন্তা ’ক সন্ধি কৰিলে হ ' ব

( ক ) স + চিন্তা
( খ ) সৎ + চিন্তা
( গ ) সম + চিন্তা
( ঘ ) সচ্চ + চিন্তা ।

উত্তৰ  ঃ ( খ ) সৎ + চিন্তা ।


প্ৰশ্ন :- “ নিশ্চয়ক" সন্ধি ভাঙিলে হ ' ব

( ক ) নিচ + চয়
( খ ) নি + চয় ।
( গ ) নিশ + চয়
( ঘ ) নিঃ + চয়

উত্তৰ  ঃ ( ঘ ) নিঃ + চয় ।



প্ৰশ্ন :-  ‘ দায়াদ ’ শব্দৰ অৰ্থ হ ' ল —

(ক) পুত্ৰ
( খ ) দয়া
( গ ) সময় ।
( ঘ ) মৃত্যু

উত্তৰ  ঃ ( ক ) পুত্র ।


প্ৰশ্ন :-  তলৰ কোনটো শুদ্ধ ?

( ক ) তাৎপর্যতা উপলব্ধি কৰা উচিত ।
( খ ) প্রাধান্যতা লাভ কৰাতাে উচিত ।
( গ ) প্রাচুর্যতা দেখা পােৱা গৈছে ।
( ঘ ) তাৎপর্য উপলব্ধি কৰা উচিত ।

উত্তৰ  ঃ ( ঘ ) তাৎপর্য উপলব্ধি কৰা উচিত


প্ৰশ্ন :-  তলৰ কোনটো অশুদ্ধ ?

( ক ) পানী
( খ ) শাৰীৰিক
( গ ) সমীচিন
( ঘ ) বাল্মীকি

উত্তৰ  ঃ ( গ ) সমীচিন ।



প্ৰশ্ন :-  তলৰ কোনটো অশুদ্ধ ?

( ক ) তাৰ আইতা
( খ ) তােৰ শহুৰেৰ
( গ ) তােমাৰ শহুৰে
( ঘ ) তােমাৰ আয়েৰ

উত্তৰ  ঃ ( ঘ ) তােমাৰ আয়েৰ


প্ৰশ্ন :-  তলৰ কোনটোৰ লিঙ্গ আছে ?

( ক ) হ্রদ
( খ ) গভীৰ
( গ ) উত্তম ।
( ঘ ) ধর্ম ।

উত্তৰ - (ক) হ্ৰদ



প্ৰশ্ন :-  দীন ’ শব্দটোৰ স্ত্রীলিঙ্গ হ ’ ল —

( ক ) দিন ।
( খ ) দীনা
( গ ) দৈন্য
( ঘ ) দীনতা

উত্তৰ  ঃ ( খ ) দীনা ।


প্ৰশ্ন :-  “পানী কৰা"’ জতুৱা খণ্ডবাক্যৰ অৰ্থ হল

( ক ) নষ্ট কৰা
( খ ) ভােজন কৰা
( গ ) দুষ্ট কৰা ।
( ঘ ) পানীত পৰা

উত্তৰ  ঃ ( ক ) নষ্ট কৰা


প্ৰশ্ন :-  গোহাঁইৰ শব্দৰ স্ত্রীলিংগ হ ’ ল —

( ক ) আইদেউ
( খ ) গােসানী
( গ ) আই
( ঘ ) মা

উত্তৰ  ঃ ( খ ) গােসানী ।


প্ৰশ্ন :-  তলৰ কোনটো প্রাণীবাচক বিশেষ্য ?

( ক ) লৰা
( খ ) গাঁও
( গ ) ছােৱালী
( ঘ ) দেশ

উত্তৰ  ঃ ( ক ) ল'ৰা



প্ৰশ্ন :-  ইহলােক ’ ৰ বিপৰীত শব্দ হল —

( ক ) পৰলােক
( খ ) লােক
( গ ) মানৱ
( ঘ ) ডাঙৰ

উত্তৰ  ঃ ( ক ) পৰলােক



 প্ৰশ্ন :-  কাণ কটা ’ জতুৱা ঠাচটোৰ অৰ্থ হ'ল —

( ক ) কাণত তেজ ওলােৱা
( খ ) মনােযােগ দিয়া
( গ ) লাজ নথকা
( ঘ ) ভাগ্য নােহােৱা ।

উত্তৰ  ঃ ( গ ) লাজ নথকা


প্ৰশ্ন :-  তলৰ কোনটো অশুদ্ধ ।

( ক ) উৎকর্ষতা
( খ ) প্রাধান্য
( গ ) আধিক্য
( ঘ ) নৈৰাজ্য |

উত্তৰ  ঃ ( ক ) উৎকর্ষতা |


প্ৰশ্ন :-  বৰগীতৰ ভাষা কি ?

( ক ) অসমীয়া
( খ ) উর্দু ।
( গ ) হিন্দী ।
( ঘ ) ব্ৰজাৱলী

উত্তৰ  ঃ ( ঘ ) ব্ৰজাৱলী



প্ৰশ্ন :-  মহাপুৰুষ মাধৱ দেৱৰ শ্ৰেষ্ঠ কৃতি কি ?

( ক ) কীর্তন ঘােষা
( খ ) নামঘােষা
( গ ) বৰগীত ।
( ঘ ) লােকগীত

উত্তৰ  ঃ ( খ ) নামঘােষা ।



প্ৰশ্ন :-  তেজৰে কমলাপতি বৰগীতটিৰৰচক কোণ ?

( ক ) মাধৱদেৱ
( খ ) শংকৰদেৱ
( গ ) মাধৱ কন্দলী
( ঘ ) দামােদৰদেৱ

উত্তৰ  ঃ ( ক ) মাধৱদেৱ


প্ৰশ্ন :-  হেম বৰুৱাৰ পিতৃৰ নাম কি আছিল ?

( ক ) আনন্দ চন্দ্ৰ বৰুৱা
( খ ) বিনন্দিৰাম বৰুৱা
( গ ) আনন্দ চন্দ্ৰ বৰুৱা
( ঘ ) গুৰু দাস

উত্তৰ  ঃ ( খ ) বিনন্দিৰাম বৰুৱা


গতিকে এইয়াই হৈছে অসম টেটত আহিব পৰা অসমীয়া বিষয়ক লাগতিয়াল প্ৰশ্ন উত্তৰৰ দ্বিতীয় ভাগ । লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ এই ৱেবচাইটতো সদায় ভিজিত (visit)  কৰিব নতুবা এই তথ্য সমুহ ফেচবুকত পঢ়িবলৈ আমাৰ ফেচবুকৰ "সমগ্ৰ ডট ইন" পেজটো লাইক বা Follow কৰিব । ধন্যবাদ ।

Post a Comment

2 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)